পৃষ্ঠা:হেমকোষ.pdf/২৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গৰাকীনী গৰু-বিহু গৰাকীনী, স. শ. অধিকাৰিণী, কোনো বস্তুৰ অধিকাৰী তিৰোত, a female Owner'. গৰাকীয়নী, স. শ. গৰাকীৰ ঘৈণী, the wife of a master, or owner. গৰাহ্, স. শ. ( স. গ্ৰাস, এবাৰ মুখত সুমোৱা আহাৰ ) এবাৰ মুখত ভৰা খাদ্য { ভাত খাটে ); যেনে, এগৰাহ ভাত, a mouthľa] of cooked rice. গৰাং মাৰ, এগৰাহ মুখত দি; যেনে, ভাতৰ গৰাহ মাৰোতেই টোপনি আহিল, to take a mouth . গৰাহে-গবাহে, ক্ৰি. বি. প্ৰতি গৰাহত; সেনে, গবাহে গৰাহে এপোৱা চাউলৰ ভাত খাইছে; গৰাহ মাৰি-মাৰি; যেনে, ভাতবোৰ গৰহ-ৰাহে খালে, at ty moulful, mouthful los mouthful. গৰাহেপতি, ক্ৰি. বি. প্ৰতিগৰাহত, it. crery mouthful. গৰি, স. শ. { যা.) দুখীয়া মানুহ, a 3000 lerson. বি. দুখীয়, jyor). গৰিমা, স. শ. (সং. গবিমা---গুক, গধূৰ )

      • <, luide, sanity:

গৰিষ্ট, বি. (সং. গৰিষ্ঠ-গুক, মন্ত) বৰ মা; অতি শ্ৰেষ্ঠ, most respectalie, excellent. গৰিষ্ঠতা, গু. শ. (সং, শ্ৰেষ্ঠত, excellents. গৰিহণা, স. শ. (সং, গহণ, নিন্দা কৰণ ) গৰিহা, নিন্দা; দোয-দিয়া; শাও, censure, reproach, cuirse. গৰিহ কৰ, বেয়া বোল, দোষ দি, censure. গৰিহা খা, শাও পা, to be earsel. ৰিহিত, বি. { সৎ, গহিত, নিন্দিত) নিন্দিত, নিন্দাৰ যোগ্য, বেয়া; যেনে, গহিত Pii, censured or censitable, bad. “গহিত” এনেও হয়। গৰীয়, বি. (সং. গুৰু, শ্ৰেষ্ঠ) অতি শ্ৰেষ্ঠ, excellent, superior. (স্ত্ৰী) গৰীয়সী। গৰীয়া, স, শ, যৱন, মছলমান, a Mus- salman. (স্ত্ৰী) গীয়ানী। এইটো শব্দৰ মূলৰ কথাত মতৰ মিল নাই। কোনোৱে কয় মহম্মদ গোৰীব লগৰীয়া হেতু, সেই নাম হৈছে; কোনোৰ মতে আসাম ৰজাই গৌড় (বঙ্গ দেশৰ পৰা কিছুমান মুছলমান জাতিৰ জোলা অনাইছিল, গৌড়ৰ পৰা অহা বাবে সিহঁতৰ নাম গৌড়ীয়া হৈ তাৰ পৰা ক্ৰমে গৰীয়া শব্দ ওলাইছে, এয়ে সস্তুৰ; কাৰণ ৰজাই বঙ্গ-দেশৰ পৰা মুছলমান-জোলা অনোৱা সঁচা। গৰু, স. শ. (সং. গো; হিং. গৌ; বং গৰু, এবিধ জন্তু) এবিৰ সকলোৰে চিনা বৰ লাগতিয়াল পোহনীয়া জন্তু; মূখ। মানুহ { নিলাত), Ul animal of the borine yemis, a stupid perron, a simpleton. গক, স. শ. (সং. গড়-গৰুৎ, পাখি; পাখি আছে, এতেকে) বিষ্ণুৰ বাহন; তাৰ আকুতি মানুহ আৰু চৰাইৰ নিচিনা, অৰ্থাৎ মানুহৰ দৰে হাত ভৰি আৰু চৰাইৰ দৰে ষ্টেট আৰু ডেউকা আছে; সি চৰাইবিলাকৰ ৰজা আৰু সাপ খায় afot exante, a mythical birl, half mau lalf biul, on which Vislıpıl rides. He is the king of birds and descended from Kasyapa and Viuata, one of the langhters of Daksha (Dowson). গৰুড়-ধ্বজ, স. শ. { সং. গৰুড়+, চিন, গৰুড় বিষ্ণুৰ চিন) বিষ্ণু, নাৰায়ণ, Vislamu. গৰুণু-পখী, স. শ. (সং. গৰুড় পক্ষী, গৰুড় চৰাই) গৰুড়ব চহা নাম; এবিধ শুকান গছৰ মুঢ়াত হোৱা চৰাইৰ ডেউকাৰ আকৃতিৰ টান আৰু ডাঠ কাঠ-ফুল; দুয়ো তিত চৰাইৰ ডেউকাৰ আকৃতি থকা f* &ta, another name for the garura, (vidle supra) a hard and thick fungus generally growing in old stumps of trees, a kind of paddy. গ-বিহু, স, শ, (অৎ, গৰু, গো+ বিহু, সংক্ৰান্তি; সেই দিনা গৰুবিলাকৰ গাধু- toy