পৃষ্ঠা:হেমকোষ.pdf/২৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গৰুৱা। গৰ্ভৱতী } ওৱা যায়, এতেকে চত-মাহৰ শেষ দিন, বহাগৰ বিহু, the Chait Sankranti. “বিহু' চোৱা। গৰুৱা, স, শ. (অং, গৰু, ঐ; গৰ গৰুৱা-মাছ, মুখ অলপ গৰুৰ দৰে, এজেকে) এবিধ বাকলি নথকা ডাঙ্গৰ মাছ, a kind of fish, গৰুৱাগলা, বি. গৰুৱা মাছৰ দৰে ওফা গালযুক্ত, অৰ্থাৎ মন ভাঙ্গি কথা নো- কোৱা, (নিন্দাত ), surly, reserved. (স্ত্ৰী। গাগালী। গৰৈ, গৰৈচিৰিকা, গড়ৈ,” “গড়ৈচিৰিকা” গৰ্গ, স. শ, এজনা মুনিৰ নাম, তেওঁ ব্ৰহ্মাৰ পুতেক বুলি খ্যাত, the name of a গৰ্ব্বী, বি. (সং. গৰ্ধি-~গৰ্ব + ইন্} অহ- স্কাৰী, গপাল, proud. (স্ত্ৰী) গৰ্বিণী। গৰ্ভ, স. শ. (সং, গৰ্ত, গভ-গু, গিল। গ} গিলাৰ নিচিন,এভেকে পেটত থকা সন্তান; গৰ্ভৰ স্থান, পেটৰ যি ভাগত সন্তান থাকে, সি; কোনো বস্তুৰ ভিতৰৰ Ets; crt, a fortus, the womb, the inside or inner part of any- thing, the belly গভ-কোষ, স. শ. (সং. গৰ্ভকোষ-গভ, পেটৰ সন্তান +কোষ, ভঁৰাল ) সন্তানৰ ভঁৰাল, গভৰ স্থান, পেটত সন্তান থকা Syst, the womb, the nterus. গৰ্ভ-চুতি, বি.। সং. গচ্যুতগত, পেট + চুত, খহা) সময় নৌ হওঁতেই ওপজা, এতেকে নষ্ট হোৱা, { সন্তানত খাটে ); যেনে, গচ্যুত সন্তান, misearried. গভ-ধাৰণ, স. শ. (সং, গভধাৰণ — গত, পেট + ধাৰণ, ধৰা) পেটত লৰাক ধাৰণ কৰা কাৰ্য্য; যেনে, মাকে গৰ্ভধাৰণ কৰি সন্তান প্ৰসৱ কবে, mpregnation, গভ-ধাৰিণী, স, শ. (সং. গভধাৰিণী-গভ, পেট+ ধবণ, ধৰা) আই, মাতৃ, a mother. গৰ্ভনাঙ্গো, স. শ. (সং. গভ, গাৰ ভিতৰ ভাগ+নাৰো, এবিধ শকত গৰ) আগ মঙ্গহত হোৱা এবিধ গৰৰ পৰা উৎপন্ন জ-কাহ আৰু বেদনা, an abscess in the liver accompanied with fever, cough Hindoo sage. . গগৰ, অনুক, উচ্চ শব্দ; হাতী আদিয়ে fogat , an imitative sound used to express that of the roaring of an elephant, &c. গৰ্গৰণি,। ২. শ. উচ্চ শব্দ, চিঞৰণি, গৰগণি, গৰ্জন, a roaring noise, a loud noise. গৰ্গ, অ, ধা. উচ্চ শব্দ কৰ,চিঞৰ; যেনে, গগৰা, হাতীয়ে গৰ্গৰায়, পানীয়ে গৰ্গৰায়, to roar, to make a loud noise. গৰ্জ, অ. . (সং, গজ্জ, উচ্চ শব্দ ক} উচ্চ শব্দ কৰ, মেঘৰ নিচিনা শব্দ কব; byfa Fe, afwy, to roar, to thunder, to scold. গৰ্জন, ক্লদ, স. উচ্চ শব্দ, মেঘৰ শব্দ, গণি, খং কৰি কোৱা কথা, ডাবি, roaring, thunder, scolding গৰ্ত, স. শ. (সং. গৰ্তগু, গিল; গিলি, অৰ্থাৎ ঢাকি থয়, এতেকে) গাত, খাল, an excavation, a pit. গৰ্দভ, স. শ, (সং, গৰ্দভগ, শব্দ কৰ) গাধ; মূৰ্খ মানুহ (গালিত), an ass, a stupid man. (1) mai গ, স, শ. (সং. গৰ্ব—গৰ্ব, অহঙ্কাৰ কৰ) 20*44, 49, pride, arrogance. and pain. গৰ্ভপাত, স, শ. (সং. গভপাত-~-গভ, পেটত থকা সন্তান:+ পাত, পৰা, নষ্ট হোৱা গৰ্ভাৱ, উচিত সময় নৌ হওঁতেই গৰ্ভৰ পতন, পেটত থকা সন্তানৰ নাশ, mis- carriage, abortion. গৰ্ভাৱ, স. শ. (সং. গৰ্ভাৰ—গত, ঐ + স্বাৱ, খহা) গপাত, গভত থকা সন্তানৰ

      • t, miscarriage.

গভবৰ্তী, বি. (সং. গভৱতী গৰ্ভ, পেটত থকা সন্তান+ৰতী, যুক্তা) সগৰ্ভ, গৰ্ভ- হোৱা; অসমীয়াত “গভাৱতী"ও লিখা যায়, pregnant,