পৃষ্ঠা:হেমকোষ.pdf/২৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

it Col. গন্ধসৰৈ। ২৪৯ গম গৰৈ, স. শ. { সং, গন্ধসৰ্য, সুগন্ধী সাল গপগপা, অ ধা. { অং. গাপ, তাপ) তাপ গছ। এবিধ ভাল গোন্ধোৱা. সুকাষ্ঠী বোধ ক; যেনে, গাটোৱে গপগপাইছে; গছ, তাৰ দ্বাৰা না আদি হয়, a tim ভিতৰে ভিতৰে জ্বলি থাক্; যেনে, জুই ber trce (Cinnamoviun glanduli কুৰাই গপগপাই আছে, to feel hot, to fcrum). burn internally . গপ, স. শ. (সং, গৰ্ব, অহঙ্কাৰ) অহঙ্কাৰ, গপগপীয়, বি. জলি বা পুৰি থকা, তাপ- আপুনি আপোনাক কৰা ডাঙ্গৰ বোধ; যুক্ত; যেনে, জুইকুৰা গপগপীয়া হৈছে, যেনে, ধনী হলে মানুহৰ গপ হয়; SYTD 1984, burning, hot. ( অহঙ্কাৰী মানুহে অধিক কথা নয়, গবা, স. শ. দুই বাহুৰে যিমান চপাই ধৰিব এতেকে মৌনিতা, অধিক কথা নোকাৱা পাৰি সিমান বস্তু; যেনে, এগৰ খৰি, 7913, pride, silence. as much as can be clasped by গপ মা, অহঙ্কাৰ প্ৰকাশ কৰ, to boast, both arms. to brag. গৰা মাৰি ধৰ, দুয়ো বাহুৰে আটি ধৰ, to প মাৰি থাক, মনে মনে থাক্‌, কথা নকৈ clasp tightly with buth arms. থাক; যেনে, গপ মাৰি থকা মানুহক কেৱে গব্য, বি. (সং. গব্য, গৰুৰ-গো, গৰু) U (7111, to remain silent. গৰুৰ, গৰুৰ পৰা উৎপন্ন; যেনে, গব্য গল্প, স. ধ. মনে মনে ভাবি চা, চিস্থ; To, relating to or vbtaivel from যেনে, মই কথাটো গপিছে, to think, to revolve in the mind. গভাইত, স. শ. {সং. গ, ভিতৰ; এভোকে গপা, স. ধা. কবৰ আগেয়ে মাটিত পুতি মন্) চোৰৰ গুপ্ত সহায়; এতেকে কোনো থৈ গজা; যেনে, চাহ-গুটি গপাইছে, অপৰাধীক মনে মনে সহায়ত-কৰোতা; to cause to gerinivate by burying যেনে, গভাইতে দেখা-দেখিকৈ জগৰ under earth previous to sowing. নকৰে; কিন্তু মনে-মনে লোকক কেঁটাই গপা, স. ধা. (অং. গ, মৌনে থকা স্বভাৱ। FAIT, a confederate, an alettor. প্ৰকাশ নকবি আবুৰত ৰাখ; যেনে, গভিয়া, স. শ. ঘৰ জোৱাই, a man way কথাটো গপালে, to keep sceret, hot lives in the family into which he to disclose. marries. { উপহাসত )। গপাগপি, স. শ. {অং. গুপ, অহঙ্কাৰ ) গভীৰু, বি. (সং. গভীৰ, দ—গ, গভি ক) এটাই আনটোৰ ওপৰত অহঙ্কাৰ কৰি Ti fa, dleep. লগ এৰা এৰি কৰা কাৰ্য্য, mutual গভীৰ, গু. শ. দ-গুণ, নিম্নতা, এlertli. estrangement. গতু, স. শ. মুনিম বা মতা লৰা; যেনে, গপাল, বি. (অ. গপ, ঐ } অহঙ্কাৰী, গণকৰ গভুৰা, গভু-লৰ, ainate child. আপোনাকে ডাঙ্গৰ বুলি মনা; মনে মনে গম্, স. ধ. (অ. গল্প, ভাবি চা} মনে মনে

  • Fey catentay, proud, reserved, ভাবি চা, চিন্ত; যেনে, কথাটো গমিছে,

not affable. to think, to rettoct, to resolve. গপগপ কৰে, ক্ৰি. বি. ( পাচৰ শব্দ চোৱা) গম, স. শ. {সং, গম, বোধ হবৰ মোগ্য) ভিতৰে-ভিতৰে পুৰি, to burn internally. উমান, আঁটকাল, সঁহাৰি; যেনে, ৰাতি গপগপনি, স. শ. (অং. গগ, ভিতৰে চোৰ অহাৰ গম পাইছিলো; মনত হোৱা ভিতৰে জল) তাপবোধ; যেনে, গাৰ বোধ; যেনে, চোকা খুৰে কাটিলে গম গপগপনিত ৰক্ষা নাই, a burning Capott, a Night notice, conjecturo sensation. formed from sound, &c. .