পৃষ্ঠা:হেমকোষ.pdf/২৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গদ। ২৪৮ গন্ধ হল; খহটা, মৃদু বা লাৱণ্য-নোহোৱা; গধূলি, সশ. (স. গোধূলি, সন্ধ্যা সময় ) যেনে, গদহা হাত, thick all heavy, গৰু ঘৰলৈ উলটি অহা সময়, সন্ধ্যা-সময়, rough, not clegant and light, contacto P11, evening, sunset. গদা, স. শ. (সং, গদা--গদু, বজ্ৰপাত হ; “গধূলা” এনেও হয়। বজ্ৰৰ দৰে পৰে, এতেকে ) মুঘল-খুৰ গধূলি-গোপাল, স. শ. এবিধ গধূলি ফুল। কৈ ডাঙ্গৰ আৰু দীঘল এবিধ লোৰ টাঙ্গন, Pa, a kind of flower, an iron mace, a dab. গধূলি-বেলা, স. শ. সন্ধ্যা, গধূলি, গদা, স, শ, ডাঙ্গৰ মাছৰ পিঠিৰ ভাগ; গধূলি-বেলিকা, } evening, sunset. যেনে, গদাকৈ কোলঠি সোৱাদ, the গন্তি, স. শ. (সং. গণু, সংখ্যা কৰ) লেই, back of a large fish. সংখ্যা কৰা কাৰ্য্য; যেনে, গন্তি কৰি গদাধৰ, স, শ. (সং. গদাধৰ-.-গদা, টাঙ্গেন ধন লব লাগে; মান, সম; যেনে, +ধৰ, ধৰো) বিষ্ণু তেওঁৰ হাতত দুষ্টই সাধুক গন্তি নকৰে, the att of 5174 TL5), name of Vislinu or counting, regar.l, respect. Krishna.. গন্ধ, স, শ. (সং, গন্ধ-গন্ধু, সঞ্চালন কৰ গদিয়া, স ধ ( অং. গাদি, দা-কটাৰীৰ ঘ্ৰাণ, নাকৰ দ্বাৰা হোৱা বোধ, smell, পিঠি ভাগ ) দাব বা কটাৰীৰ ওপৰৰ scent. ঈাতিৰে মাৰ; হাতৰ তলুৱাৰ তলৰ ফালৰ গন্ধক, স. শ. { সং, গন্ধক-গন্ধ, ড্ৰাগ) তিৰে আঘাত কৰ, to strike with আকৰত হোৱা, বৰকৈ গোন্ধোৱা আৰু the back of it cutting instrument জুই লগা এবিধ বস্তু, sulphur. or the lower part of the hand. গল্ককলাই, স. শ. { অং. গন্ধ, ঘ্ৰাণ -+কাই, গদাদ, বি. (সং, গদগদগদু, কথা ক) সৰু গুটি, তাৰ ভিতৰত সৰু-সৰু গুটি আনন্দ বা শোকৰ দ্বাৰা ডিঙ্গি নিৰোধ থাকে, এতেকে। কী, গান্ধ-পৰ হোৱাত স্পষ্ট নোহোৱা (বাক্যত খাটে); নাইত হোৱা এবিধ সুগন্ধ বস্তু, anusk. যেনে, গদগদু বচন, গদগ স্বৰ, hoaise গন্ধ-চলন, স, শ, সং, গন্ধচন্দন--গন্ধ, or husky. ঘ্ৰাণ + চন্দন, এবিধ সুগন্ধি কাঠ) পানী গদ্য, স. শ. (সং. গদ গদ, কথা ক} ছন্দ দি শিলত ঘহা জাতি-কাঠৰ শিলত লাগি নথকা ৰচনা; শিল, ধাতু বা কাঠৰ বস্তুৰ Ti Etsi, a paste consisting of ওপৰ আখৰ কাটি লেখা, সেই বস্তুৰ ground sandal-wood. নিৰ্মাণ কৰ্তা আৰু তাৰ প্ৰয়োজন আদিৰ গষ্যতেল, স. শ. (শং, গন্ধ, ঐ +তেল, তৈল) কথা; (এনে কথা পূৰ্বে ছন্দ-নলগোৱা 95% CH4, sweet scented oil. কৈ লিখা গৈছিল, এতেকে পাচত ছন্দেৰে গন্ধ-প, স. শ. গন্ধ কলাই উৎপন্ন কৰা পহ, লিখিলেও তাক গদ্য বোলা ৰীতি হল ); the musk-cleer. যেনে, অশ্বক্ৰান্তৰ মঠৰ গদ্য, prope writ গন্ধপুষ্প, স. শ. {সং. গন্ধপুষ্প-গন্ধ, ঐ ing; an inscription. +পুষ্প, ফুল) জাতি চন্দনেৰে মিহলি গধুৰ, বি. (সং. গম্ভীৰ, গহীন অলঘু; ***, flower mixed with chaudant. গঞ্জীৰ, গহীন; heavy, momentous, গন্ধবিৰিণা, স. শ. { অং. গন্ধু, ঘ্ৰাণ + বিৰিণা, grave, important: এবিধ বন} এবিধ ভাল গোন্ধোৱা বন, গধূৰ্তা, ৬. শ. গম্ভীৰতা, গধুৰৰ গুণ, the lemon grass. heaviness, graveness. গন্ধক, স. শ. (স.) স্বৰ্গৰ গয়ন, a clemi- গধুলি, ৩. শ. গহীন অভাৱ, graveness, god, a singer of heaven. (; scriousness. গন্ধী।