পৃষ্ঠা:হেমকোষ.pdf/২৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খবিচ। খৰ মাৰু, বৃষ্টিৰ অভাব হ, not to rain, খ, অ, ধ, (সং. খ, তাপ } শুকাই মুৰ- মুৰীয়া হ, বৰকৈ শুক; যেনে, গছৰ syys 73 167, become brittle by much heat, to be very «ry. খৰ, স, শ, {সং. ক্ষত, ঈষত ধা) এবিধ গাৰ ছাল ছিগি যোৱা ৰোগ, দ, the ring- worm. ধৰিচ, বি, আটুট, খচ, ঠিক, full, entire. খবুৱা, স. শ. (অ. খোপ, খুঁজ) বাৰৰ বা দুৱাৰৰ তল বা ওপৰ ভাগ বা এতি সুমাই দিয়া খোলা বাঁহ, a grooved bamboo on which is placed the lower end of a rced wall ur which is attached to its top or one of its sides or to the top or bottom or a side of a dour. খমলা, স. শ. (অং. খলম। শব্দৰ বিকৃতি) গেটমৰা প্ৰৱ বস্তু; যেনে, গাখীৰৰ খমলা, cougealed Huid. খমলা মাৰ, গোট মাৰ, পনীয়। গুচি টান 11, to coagulate, to congcal. খমিৰ, স. শ. (যাং, খুমিৰ আটাৰ পিঠাৰ গাপ উঠি ওফন্দিবৰ নিমিত্তে দিয়া তাল let944 77, leaven, yeast. খমূখ, অনুক, মুগা বা মেজাঙ্কৰিৰ ন কাপোৰ, মৰুৱা কাপোৰ বা তুলাপতি লৰালে হোৱাৰ নিচিনা শব্দ, all imitative sound used to express the rustle of cloth or paper. খখমনি, স. শ. মুগাৰ ৰা মেজাঙ্কৰিৰ খমুখমি, কাপোৰ বা তুলাপাত আদিৰ

      • , the rustle of cloth or paper,

খখমা, অ, ধা. কাপোৰ বা তুলাপাতৰ দৰে

      • 77, to rustle as cloth or paper.

খখমীয়া, বি, খমখম শব্দ কৰা; এতেকে নতুন, making a rustling sound, hence new (said of cloth). খ, স. শ. “ক্ষয় ” শব্দৰ অপভ্ৰংশ। খৰু, বি. (সং, খৰ, চোক বা শীঘ্ৰ ) , দ্ৰুত, বেগী, quick, nimble. ধ, স. শ. (স. খৰ-খ,কাণ +ৰা, গ্ৰহণ কৰ; দীঘল কাণ আছে এতেকে) গাধ, an ass. খ, স, শ. (সং. খৰ, তাপ) অনাবৃষ্টি, বৰষুণৰ অভাব, want of rain. বি. বৰকৈ তাপ পাই মুৰযুৰীয়া হোৱা; যেনে, এই ওনা চিৰা খৰ হল, খৰ পাগৰ কটাৰী stist to, rendered brittle by too much heat, highly tempered. খ, (অং. খ, শীঘ্ৰ ) এবিধ ঘন-ঘন তেজ সাওঁ পৰা আৰু তলপেটত বিষ হোৱা ৰোগ, গ্ৰহণী, dysentery. খগ, স. শ. (সং, খ, গঙৰ শিং) গড়ৰ fors, rhinoceros' horn. খৰচ, স, শ. ( যা. গৰ্চ) ব্যয়; ভঙ্গি খাবৰ নিমিত্তে লগা ধন, “xpense, expenditure. খৰচি, স, শ, মিহি নোহোৱা গুড়ি; মিহি শুড়িৰ লগত থক। আধ খুন্দা শুড়ি, coarse powder, that portion of pow- der that remains on the sieve after sifting.. খৰচী, বি. ( যাই. খৰ্চ, ব্যয়) ব্যয়কাৰী, a utfra catal, prodigal. খৰচীয়া, বি. { অং. খৰচি, মিহি নোহোৱা গুড়ি) খৰচিযুক্ত, ভালকৈ মিহি নোহোৱা (ড়িত খাটে); যেনে, খৰচীয়া পিঠা fy, coarse, not well pulverised. খৰম্, স. শ. (বং, খড়ম, পাদুকা) কাঠৰ 1941, a sandal. খৰম্-যুৰীয়া, বি. (খৰম + যোব, দুটা) এযোৰ খবৰ নিচিনা, অৰ্থাৎ তলুৱাৰ মাজ-ভাগ ওখ বা মাটিত নপৰা; যেনে, খৰম-যুৰীয়া efa, archod, as a foot. খৰলা, স. শ. (বং, খড়, ঘোঁৰাৰ ফণি ) ঘোঁৰাৰ নোম আঁচোৰ যতন, a cur:'y- comb. , খলি, স. শ. (অং. খ, শুকাই মুৰ্মুৰীয়া হ) খৰখৰীয়াকৈ অৰ্থাৎ নীৰকৈ ভজা

      • , leaves and stalks of vege

tables; crooked, dry.