পৃষ্ঠা:হেমকোষ.pdf/২৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খুবলি খা। ২২২ খৰিচা। of thatching grass, a roasting spit, a bundle of dry grass to which young silk worms are attached. খৰিকা ল, খৰিকাৰে সঁত পৰিষ্কাৰ কৰ, to pick the tecth. . খৰিক লগা, মুগাৰ সৰু সৰু পণুযুক্ত থেৰৰ আটি চোম গছত আৰ, to attack to trees hundles of grass with silk Worms on. খলি খা, প্ৰবাস, কয় ভোগ কৰ; যেনে, সি গুৱাহাটীত এমাহ খুলি খাই আছে, to suffer the incorrveniences of a sojourn at a distance from home. খলি পিটু, অসুখ-অশাতি প্ৰকাশ ক, ধুম- Gottan as, to express uneasiness and anger. খলিপাক, স, শ, (অং. খ, শী+ পাক, মেৰ) বেগই ঘুৰা পাক; বেগাই আপোনাৰ গাতে লোৱ মেৰ, a quick turn or revolution. খলীয়া, বি, (অ. খৰলি, শুকনে ভজা শাক ) খলিৰ নিচিনা অৰ্থাৎ শুকান, নীৰস; নিমজ নোহোৱা, ঠঙ্গা, diry, not moist, rough, stiff. খৰাং, বি. (অৎ, থ, শুক) শুকান, নীৰস (6 700), dry, not fertile. ৰা, স. . (অং. খাৰু, পেৰা ছাইৰ লোণ ) খাযুক্ত বস্তুৰে বা খাৰণিৰে তিতাই শুকা, to impregnate with alkaline matters. খৰালি, স. শ. “খৰকালি ” শব্দৰ অপভ্ৰংশ, সেই শব্দ চোৱা। খৰাহি, স. শ. ( বোধ হয় সংস্কৃত চাউল আদিৰ পৰিমাণ বুজোৱা খাৰি শব্দৰ পৰা ওলাইছে। বাঁহৰ কাঠাৰ পাত্ত বিশেষ, a small bamboo basket used for various purposes. খৰি, স, শ, (অং. খৰ, শুকা) জুই ধৰিবৰ কাৰণে অনা শুকান বাঁহ-কাঠ, fire wood, fuel. খৰি দি, মৰাৰ কাঠসংস্কাৰ কৰ; ধৰি STYSN, to burn as a dead body, to supply fuel . খৰিকটীয়া, স. শ. (অং খৰি, ঐ+কটীয়া, যি কাটে ) খৰিকটা মানুহ, one who collects fuel. খৰিকা, স. শ, { অং. খে, উলুবন; বং খড়িকা, উলুবনৰ গুৰি ভাগ) উলৰ গুৰি ভাগ; মাছ-মঙ্গই আদি আঠাত সিজোৱা শলা; মুগাৰ কণ লগাবৰ নিমিত্তে বন্ধ খেৰৰ আটা, the strong and stiff part খৰিকাজাই, স, শ, ( অং. খৰিকা, উল খেৰৰ গুৰি + জাই, এবিধ ফুল) খৰিকাৰ দৰে গোটা পাহিৰে এবিধ বগা উগ্ৰগন্ধি 304, a kind of flower. খৰিকাদিয়া, বি. (অং. খৰিকা+দি) শলাৰে বিন্ধি জুইৰ তাপত দি সিদ্ধ কৰা (মাছ বা মঙ্গহত খাটে ), roasteel on a spit. খৰিকাৰি,। স. শ. এবিধ সৰু মৰিচ, a ofertaalt, 1 kind of chilli, খৰিকিয়া, স, ধ. (অং খৰিকা, খেৰৰ গুৰি ) খৰিকাৰে যুঁকটি পৰিষ্কাৰ কৰ; যেনে, to fafart, to clear with the stiff rart of the thatching grass or a spike. খৰিচা, স. শ. (অং. খৰচি, মিহি নোহাৱা গুড়ি) বাঁহ গাজৰ পৰা কৰা এবিধ খাদ্য ব্য; সি দুই প্ৰকাৰ; কুটি আধা খুন্দা কৰ বাহ-পাজ পানী দি কলহত ভৰি থলে যেতিয়া সি টো হয়, তেতিয়া তাক পকা-খৰিচা বোলে, আৰু তাৰ আজা খোৱা যায়। কুটা বাঁহ গাৰু শুকাই গুড়ি কৰিলে তাৰ নাম শুকান খৰিচা বা জিম-খৰিচা হয়, কো আঞ্জাত খোৱা tt, a sauce or condiment made from the tender shoots of the bam- boo. It is of two kinds, the first is bamboo shoots cut into small pieces and preserved in water until it be comes acid, when it is fit for use; the other is bamboo shoots dried and reduced to powder. Both are used in curries, &c.