পৃষ্ঠা:হেমকোষ.pdf/২৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ক্ৰিয়া-ধৰীয়া কোতুহলে। কৌতূহলে, ক্ৰি. বি. বঙ্গেৰে, with pleasure. কোপাতৃ, স, শ, তেঁতুৰিৰ নিচিনা এবিধ গছৰ পাত, a kind of wild plant att its leaf. কৌপাতী, স. শ. কৌপাতৰ নিচিনা কৌপাতী-ফুল, পাতেৰে এবিধ গছৰ ফুল, a kind of flowcr. কৌমোদকী, স. শ. {সং. কুমোদক, বিষ্ণু ) fapa ti, the club of Vishnu. কৌৰৱ, স, শ, (সং. কুৰু, এজনা চন্দ্ৰবংশী ৰজা) কুৰু ৰজাৰ বংশ, দুৰ্যোধনাদি, a descendant of Kuru, a prince of the Irunar race, son of Samyarana by Tapati, a daughter.of the sun-The ancestor of tlie Kurus (Dowson). কৌলিক, বি. (সং. কুল, বংশ বা জাতি) কোনো এক বিশেষ বংশ বা জাতিৰ, pertaining to : particular family or trile. কৌশল, স. শ. (সং. কুশল, পাৰ্গত) পটু, পাৰ্গতালি, নিপুণতা, কাৰ্য্যৰ সঙ্কেত, টিপ- টাপ, skilfulness, the secret of doing anything. কৌশল্যা, স, শ, {সং. কোশল, এজনা ৰজাৰ নাম কৌশল ৰজাৰ জীয়েক, দশবথ ৰজাৰ ভাৰ্যা, শ্ৰীৰামৰ মাক, the mutler of Rama. কৌশিক্, স. শ. (সং, কুশিক, এজনা ঋষি) কুশিক ঋষিৰ বংশত জাত, বিশ্বামিত্ৰ ঋষি, & name of the great sage Viswa- mittra. কৌস্তুভু, স. শ. (সং, কুস্তুত, সাগৰ, ভাত উৎপন্ন এতেকে বিষ্ণুৰ ডিঙ্গিৰ মালা, the peeklace of Vishnu. কৌস্তুভমালী, স. শ. (সং. কৌস্তুভমালিন, কৌস্তুভ-মালা পিন্ধো--কৌস্তুভ, ঐ। মালি, মালা-পিন্ধো) কৌস্তভ-মণি- পিন্ধোতা, বিষ্ণু, Vishnu or Krishna.. ক্ৰন্দন, স. শ. (সং. ক্ৰন্দন—ক্ৰ, কা) কানুন, বিলাপ, the act of weeping or crying, lamentation. কম, স. শ. (সং. ক্ৰম—ক্ৰ, গতি কৰ) নিয়মিত গতি, যাৰ পাচত যি হব লাগে, সেই দৰে হোৱা অৱস্থা, order, method, regular series. ক্ৰমশঃ, ক্ৰি. বি. (সং. ক্ৰমশঃ--ক্ৰ, গতি) ক্ৰমে-ক্ৰমে, লাহে-লাহে; gradually, by degrees. ক্ৰমাগতু, বি. (সং. ক্ৰমাগতক্ৰম, নিয়ম + আগত, অহা) এটাৰ পাচত আনটো হৈ Bra spat, coming down in rgular succession, producing in regular order. ক্ৰমাগতে, ক্ৰি. বি. ক্ৰমে ক্ৰমে, ক্ৰমশঃ; যেনে, দেশৰ অৱস্থা ক্ৰমাগত বেয়া হৈহে fars, gradually, by degrees. ক্ৰমান্বয়ে, ক্ৰি. বি. ক্ৰমে, নিয়মিত গতি অনুসৰি, এটাৰ পাচত আনটো হৈ, successively. ক্ৰমে, ক্ৰি. বি. নিয়মিত গতি অনুসৰি, ইটোৰ 9156 FIG & in regular ordlır, successively. ক্ৰমে ক্ৰমে, ক্ৰি. বি. ক্ৰমশঃ, লাহে-লাতে, gradually. ক্ৰয়, স. শ. (সং, ক্ৰয়-ক্ৰী, কিন্) কিনা বা বেচ দি বস্তু লোৱা কাৰ্য, reliase, the act of buying . ক্ৰয়বিক্ৰয়, স. শ. (সং. ক্ৰয়বিক্ৰয় ক্ৰয়, কিনা + বিক্ৰয়, বেচা) কিনা-বেচা, বেহা, বাণিজ্য, the act of buying and selling, traile. ক্ৰান্তি, স. শ. (সং. ক্ৰান্তিক, গতি ক) একড়া তিনি ভাগৰ এভাগ, one-third of a Kara or the value of a cowry. ক্ৰিমি, স. শ. “কৃমি ” চোৱা। ক্লিয়া, স. শ. {সং. ক্ৰিয়া--ক, ক) কাৰ্য, কৰ্ম্ম; ধৰ্ম্ম কৰ্ম্ম; (ব্যাকৰণত ) ব্যাপাৰ, অৰ্থাৎ কাৰ্য কৰা অৰ্থ বুজোৱা পদ, an act, work, a ceremony, a verb. ক্ৰিয়া কাঢ়, শপত খ, to take an oath. ক্ৰিয়া-ধৰীয়া, বি. (স. ক্ৰিয়া, শ্ৰদ্ধ+অৎ, ধ, ধাৰণ কৰ) মৰাৰ অশৌচ খটা আৰু শ্ৰাদ্ধাদি কৰা, mourning.