পৃষ্ঠা:হেমকোষ.pdf/২৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ক্ৰিয়াহীন 37 ক্ৰিয়াহীন, বি. (সং. ক্ৰিয়াহীন -ক্ৰিয়া, কাৰ্য + হীন, নথকা) কাৰ্য্য-নপকা; ক্ৰিয়া নথকা, ধৰ্ম্ম কৰ্ম্ম নকৰা, অনাচাৰী; যাৰ শ্ৰাদ্ধ কৰা নাই, আশৰাধী, bhaving no work to do, having no verb, not observing the rites of religion, failure to perform the Shradh ceremony. ক্ৰীড়, ত, ধ. {সং. ক্ৰীড়, ধেমালি কৰ) ধেমালি কৰ, খেলা ক; যেনে, “এহি ৰূপে ক্ৰীড়ন্ত বনমালী।” to play. স. ধা, শৃঙ্গৰ বা সহবাস কৰ; যেনে, “বনত মিনা, গোপীক জীড়িলা। { to have sexual intercourse with. ক্ৰীড়া, স. শ. (সং. ক্ৰীড়া, খেলা-ক্ৰীড়, ঐ) ধেমালি, a sport, play, pastime. ক্ৰীত, কদ, বি. (সং. ক্ৰীত-ক্ৰী, কিন্) কিনা, বেচ দি লোৱ, purchasel, bought. ক্ৰুদ্ধ, বি. {সং. কুদ্ধ-কু, খং ক) খ উঠা; ক্ৰোধযুক্ত, angry, caragued. ৰ, বি. (সং. --কৃ, ক) নিষ্ঠুৰ, নিমৰ- ferartar, cruel, inhuman. কুৰ, গু. শকূৰৰ সভাৰ, নিষ্ঠুৰ, cruelty. ক্ৰেতা, বৃদ, স. {স. ক্ৰোক্ৰী, কিন্) fcate, purchaser. ক্ৰোড়, স. শ. (সং, ক্ৰোড়-কুড়, ঘন্ হ} CPT211, TP, the lap, the breast. ক্ৰোড়পত্ৰ, স. শ. (সং. ক্ৰোড়পত্ৰ-ক্ৰোড়, বুকু+পত্ৰ, লেখা) কোনো লেথ অন্ত হোৱাৰ পাচত তাৰ অংশ স্বৰূপে লেখা। সৰু পত্ৰ; অন্তিম পত্ৰৰ (উইলৰ) কোনো কথা লৰচৰ কৰা পত্ৰ, a TOptscript in a separate slip of paper put inside a letter, a codicil to a will, ক্ৰোধ, স. . ( সং, ক্ৰুধু, খং ক) থং কৰ; যেনে, “ক্ৰোধিলন্ত।” to be angry, (পদ্য)। ক্ৰোধু, স. শ. (স. ক্ৰোধ, ঔ) খং, কোপ, ৰোষ, anger, age, ক্ৰোধ-দৃষ্টি, স. শ. (সং. ক্ৰোধদৃষ্টি-ক্ৰোধ, ঐ+ দৃষ্টি, দৰ্শন) কুটি, খঙ্গেৰে কৰা e, frown, an angry look. ক্ৰোধী, বি. (সং. কোধিন, খঙ্গাল ) খাল, Chuys, wrathful, of an angry temper. ক্ৰোশ, স. শ. (স. কোশ-কুশ, মাতৃ ) চাৰি ভঁৰ বেলিৰ বাট; কোনোৰ মতে ৮৭ ০০ হাতৰ দূৰতা, a distance tliat may be accomplished in four Dan- (las or a distance of 8,000 cubits. কৌঞ্চ, স. শ. (সং. ক্ৰৌঞ্চ—, বেকা গতি কৰ কৰ্জন চৰাই; এটা পৰ্বতৰ নাম; সাত দীপৰ এক দ্বীপ, a species of heron, one of the Dwipas or civisions of the world, a mountain. ক্ৰৌঞ্চ-দ্বীপ, স. শ. (সং. ক্ৰৌঞ্চদ্বীপ – ক্ৰৌঞ্চ, কৰ্চন-চৰাই + দ্বীপ, চাৰিও ফালে পানীৰে আবৃত স্থান) দধি সাগৰৰ মাজৰ দ্বীপ, তত কৰ্চ্চন অধিক), one of tlie Dwipas or divisions of the world, ক্লান্ত, বি. (সং. ক্লান্ত-কুম, ভাগৰ লাগ} শ্ৰান্ত, ভাগৰু; পীড়াৰ দুখত দুৰ্বল clay, wearied, exhausted. ক্লান্তি, স. শ. (সং. ক্লান্তি--ক্লম, ভাগৰ

  • T, 51917, weariness, fatigue.

ক্লান্তিকৰ, বি. (সং. ক্লান্তিকৰ-ক্লান্তি, ভাগৰ + কৰ, জন্ম) ভাগৰু-জন্মেৱা, fatiguing, tiresonic. ক্লান্তিযুক্ত, বি. (সং. ক্লান্তিযুক্ত—ক্লান্তি, ঐ+ যুক্ত, লগা} ভাগৰ লগা, শ্ৰান্ত, weariod, exhausted, tired. ক্লান্তিহীন, বি. (সং. ক্লান্তিহীন—ক্লান্তি, ঐ হীন, নথকা ভাগৰ-নলগ, অনৱৰত শ্ৰম

  1. 619 421, unwearied, untiring.

ক্লীবলিঙ্গ, স. শ. (সং. ক্লীবলিঙ্গ--ক্লী, নপুংসক + লিঙ্গ, চিহ্ন) (ব্যাকৰণত) তিৰৰ আৰু মত বাজে আনক Total , the neuter gender, ক্লে, ম. শ. {সং, ক্লেদ-ক্লি, তি) দুৰ্গন্ধ আৰু মলিন পানী বা ৰস; বৈ থকা