পৃষ্ঠা:হেমকোষ.pdf/২৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কেপা-কানি কেৰি

made of two lamboos 118ed in raising timber, &c., a mark of in terlincation, a plus. কেপা-কানি, স. শ. (বাং. কফা, আফুৰ আঠা+অ৫. কানি, ফটা কাপোৰ) ফটা কানিত লগাই থোৱা আফুৰ আঠা, কানি, a strip of clotlı besscared with opium prescrvod for use, thuis was ( one of the modes of keeping opium 11 Assun. কেপেয়া, স. শ. (অং. কেপ, পে) এডালৰ মূৰ এফাললৈ অন ডলৰ মূৰ অন ফাললৈ দি মূৰৰ পৰা তালপ নামে বন্ধ। দুলাল বাহৰ সতা, তাক ক্ষৰ কাঠ আদি দঙ্গাত ব্যৱহাৰ কৰা যায়, clitaiya( ১} two bamloos, the upper ents of which cross vach other and are tivul a little below where they cross, fiscal in ruising Iimbers, dr. কেকা, . . ( কা-কাঁf, অনেক বৰণীয়। +কৰা, নিৰ্ম্মিত গুণাৰ বনৰ দ্বাৰা চিত্ৰ- বিচিত্ৰ কৰা এবিধ আসন, পূৰ্বে তাত ৰজা আৰু মন্ত্ৰী সকল বহিছিল, a timbroidered cnxhion or seat itsel boy the shom Raja and ninistery. কেকৰা, বি. (স্মং, কেপকে, টোপ খাবলৈ নোপোৱা চৰাই পোৱালীৰ মাত ) জীবিকা আৰু ঘৰ বাৰী নথকাত লোকৰ ঘৰত চাপি ঋক, কেলেহুৱা, (গালি ), hariny 10 home and means of support and living at the house of another. স. শ. জীবিকা আৰু ঘৰ-বাৰী নথকাত লোকৰ ঘৰত চাপি থকা মানুহ, one who having 19 lions and means of support lives at the house of another (a termn of abuse). কেপকেপ, অনুক, টোপ খাবলৈ নোপোৱ। চৰাই পোৱালীৰ দুখৰ মাত, all imitative sound used to express the cry of young birds wlien hungry. কেপকেপ ক, আহাৰৰ অভাৱত কষ্ট পা; যেনে, অমুকে খাবলৈ নেপাই কেকে force, to suffer from want of fool. কেকেনি, “কপকপনি” চোৱা। কেবৃকেবা, “কপকপা” চো। কেমিতি, স. শ. ইং. কেমিষ্ট্ৰি) দ্ৰব্য- বিলাকৰ গুণ আৰু কি কি দ্ৰব্যৰ যোগ কি ফল হয়, তাক শিকোৱ। বিদ্যা, chemistry . কেটাই, স. শ. গত মাছৰ নিচিন বাকলি থকা এবিধ চাৰি ঠেঙ্গীয়া জন্তু, বন-ৰেী, a pangolin. কেয়ু, স. শ. (সং. ক, মূৰ অৰ্থাৎ বাহুৰ মূল + যু, মোগ কৰ বাজু, বাহুৰ গলঙ্কাৰ, ab umlet. কেৰাণী, স, শ, ( ৰং, কেৰাণী, লেখক } ইংৰাজী ভাষাৰে কাম কৰা মহৰি, ৯ clerk who writes English. কেম, স. শ. (বাং.) বল, শক্তি, পৰাক্ৰম, poker, strength. কেৰামতালি, ও. শ. (যা, কেমত, ঐ+ অ, আলি, প্ৰত্যয় } বলীৰ স্বভাৰ বা কাৰ্য্য , এতেকে পৰাক্ৰম, মহতলি, শক্তিমন্তব নিচিনা আচৰণ; যেনে, ইমুকে বৰ কেমলি দেখালে, বলৰ বা শক্তিৰ অহঙ্কাৰ; যেনে, অনুকৰ কেৰামতালি Cafer tysfas, powerfulness, strength, the act of boasting of power or strength. কেৰাহি, বি. (অং. কেঁৰা, বেকা) বেকা, এফলীয়া ( দৃষ্টি বা চকুত খাটে}; যেনে, চকু কেৰাহি কৰিছে, কেৰাহি দৃষ্টি,olliqgite (said of a lovk). কেৰাহিকৈ, ক্ৰি. বি. চকু কেঁৰা কৰি, এফলীয়া- কৈ, askale. কেৰাহী, স, শ, (হি. কৰাহী, ৰং, কড়াই, লোৰ পত্ন ) লোৰ ৰন্ধা পাত্ৰ, লেহেৰা, an iron pan. কেৰি, স, শ. (অং. কেৰু, কাণৰ অলঙ্কাৰ, কেকৰ নিচিনা এতেকে গুড় খোৱা সৰু টেকেলি, ডিঙ্গি-চি সৰু টেকেলি, #