পৃষ্ঠা:হেমকোষ.pdf/২৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কেৰিমেৰি ২০৪ কেজে,। small earthen jar in which gur is kept. কৈৰিমেৰি, বি. { অং. কেঁা, বেঁকা+মেৰ, পাক ) বৰকৈ পাক-লোৱা, অনেক পাক থকা, বেকা বেঁকি, turning round and roand, zigzag. কৈৰু, স, শ, (সং. কৰ্ণ, কাণ) কাণৰ শতিত পথালিকৈ সুমাই পিন্ধা এবিধ অলঙ্কাৰ, a kind of car ornament. কৈৰুণীয়া, বি. (অ- কেৰোণ, গছৰ ৰোগ ) কেৰোণে ধৰা, কেৰোণে খোৱা, (গছ বা los 75), borc by insects or rotteu as a free or fruit. কেৰে, অনু, দুটা টান বস্তু ঘঁহনি খোৱাত হোৱাৰ নিচিনা শব্দ, an imitative sound 17sed to express that produced by two larul boilies when mbbed against cach other, কবেচী, বি, আধা বনৰীয়া, ( মাইকী অদ্ভুত খাটে); যেনে, কেৰেচী পহু, half fatter (said of a female animal). কেৰেচীয়া, বি. আধা বনৰীয়া, আধা জাতি হোৱ জী. পুং. }, half tahed. কেৰেয়া, স. শ. ( হিং, বং. কোয়া, ভেৰণ) তেৰণ, মাটিত বাজে আন বস্তু ব্যৱহাৰব বাবে দিয়া ধন, hire. কেৰেল, স. শ. ( সং, কাৰবেল, ব. কলা, এবিধ ফল। এবিধ লতাৰ ভিত। গুটি, তাক পাচলি কৰা যায়, the twitter fruit of a kind of creeper (Momordica claratia). কেৰেলুৱা, স, শ. (সং. কৰ্ণজলৌকা; বং কেল্প, এবিধ পোক} এবিধ ৰঙ্গা-বৰণীয়া বহু-ঠেঙ্গীয়া পোক, the name of an insect (Julus cornifex; and perhaps some other species), also a very slen- der species of centipes or scolopera dra, (Carey). কোেণ, স. শ. জীয়া গছত বিন্ধা কৰা এবিধ পেক; তাৰ পৰা হোৱা গছৰ ৰোগ faca, a disease of trợes, canker, an insect boriny trees and cansing the disease. কেৰ্কেটুৱা, স. শ. (তাৰ মাতৰ পৰা সেই নাম ) নেলৰ আকৃতিৰ গছত থকা আৰু পনীয়া মোল খোৱ জন্তু বিশেষ, a squirrel. কেকে, অনুক, দুটা টান বস্তু ঘঁহনি খাই থকাত হোৱাৰ নিচিনা শব্দ, an imi- tative sound used to express that ] produced by two liard bodies con- tinually in motion and rubbing against each other. . কেবৃকেৰণি, স. শ. দুটা টান বস্তুৰ এটাৰ কেৰ্কেৰণি, গাৰু আনটোৱে ঘনি খাই থকাত উঠা শব্দ; যেনে, কুঁহিয়াৰ-শালৰ CTCERFA, a creaking sound. কোকে, অ. বা, কেৰৰ্কেৰ শব্দ কৰ, to CFCÉT, creak. কেবকেৰীয়া, বি. কেকে কেৰ্কেৰীয়া, এতেকে মিহি বা কোমল নোহোৱ!, টান, ৰস নপক; যেনে, কেৰ্কে- at feate, making it creaking sound, rough, bani, dry. কেৰূঘেহনি, স. শ. { অং. কেহে, থেৰে- কেঘেঁহনি, গেৰে। ক) দিওঁ নিদিওঁ ৰা কৰে নকৰো কৰা কাৰ্য; থেৰে- (91671, the act of heiny nadecided, or wavering. কেবঘেঁহ, অ, ধা, { অং. ক, সম্পদ কেহে, + ঘেহা, অনিশ্চিতৰূপে ক) অনিশ্চিতৰূপে ক, কোনো কাৰ্য কৰিবলৈ আশঙ্কা কৰ, এবাৰ কৰো বুলি আকৌ পাচ হোক, খেৰৰাগেৰে কৰ, to flesi- tate to aet, to be undecided, to Waver. কেজেব, } স. শ. (অং. কেৰু, দুটা বস্তু কেৰ্জেৰ, ১.ঘঁহনি খোৱাত উঠা শব্দ + জেৰ, অনুৰূ.) বস্তুৰ বেচ কমাবলৈ বা বঢ়াবলৈ কোৱা কথা, মূল্যৰ বিষয়ে বিবাদ, baggling over the price of any thing,