পৃষ্ঠা:হেমকোষ.pdf/২০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কিকিনীয়া কিৰ্কিীয়া to make a short, sharp sound, as a stringed instrument. কিনূকিনীয়া, বি. সৰু সৰু টোপ হৈ পৰা; যেনে, কিনকিনীয়া বৰষুণ, বিঙ্গা, কিকি কৰা; যেনে, কিকিনীয়া মাত, driz- zling, making a short, sharp, sound. কিন্তু, অব্য. {সং. কিম, কিতু, অব্যয়) ভেনে হয় তথাপি, আগৰ বাক্যৰ অৰ্থ সঙ্কোচিত কৰা শব্দ; যেনে, ধন উত্তম বস্তু, কিন্তু তাৰ পৰা অনেক অনিষ্টও হয়, out. কিন্ন, স. শ. { সং. কি, কেনে+নৰ, মানুহ, কেনে মানুহ) কুবেৰব পাৰিষদ, (ইয়াৰ ঘোড়াৰ দৰে মুখ মানুহৰ নিচিনা গ। বুলি খ্যাত, এতেকে যেই নাম) স্বৰ্গৰ 5173, all attendent of Kuvera, a singer of leaven. The Kin-baras 'What woen' are supposed to be mythical beings with the form of a man and the head of a horse. ' They are said to dwell in Kuberas parulise Oll mount Kails. They are singers and musicians. (Dowson). কিন্নবী, স. শ. কিন্নৰৰ স্ত্ৰী, বিদ্যাধৰী, স্বৰ্গৰ নাচনিয়া, (কিন্নৰীবিলাক বৰ সুন্দৰী বুলি খ্যাত }, a female Kinar, a nymph. কিব, বি. স. (অং. কি, কোন, বস্তু +ৰা, অব্যয়) কি জানি কি, নিশ্চয় নথকা বা নজনা বস্তু বোধক শব্দ, some thing or other. কিবাজানি “কিজানি, ” চোৱা। কিবাকিবি, বি. স. নজনা বা নিশ্চয় নোহোৱা

      • 738, some thing or other (pl.)

কিমান, বি. স. { অং. কি + মান, পৰিমাণ) কি পৰিমাণৰ; যেনে, কিমান ধন, how mucli or how many. ক্ৰি. বি. কি পৰিমাণে

যেনে, কিমান শোৱ, to

wliat extent, how long. কিন্তু, অব্য. {সং. কিং, কি+বা, অব্যয়) অথবা, নাইবা, or, কিয়, ক্ৰি. বি. (অং. কি কি কাৰণে, কেনেই, wliy. কিয়, বি. স. (সং. কিম্, কি কিছু, অলপ; যেনে, কিয়ত কাল, কিয়ত দিন, some, a little. কিয়ৎপৰিমাণে, ক্ৰি. বি. কিঞ্চিৎমান, in at little degree কিয়নো, অব্য. ( তা. কিয়, কি কাৰণে + নন, অনু, অব.) কাৰণ, যি হেতুকে; যেনে, বিদ্য। শিকা, কিয়নে তাৰ পৰা জ্ঞান হব, }}etails, live. ক্ৰি. বি. কিয়, কি কাৰণে (প্ৰশ্নত ব্যৱহৃত); যেনে, কিয়নো catcate, why. কিৰণ, স. শ. (সং, কূ, নিক্ষেপ ক) ৰশ্মি, দপ্তি; বব দীপ্তিমান বস্তুৰ চাৰিও ফালৰ পৰা আগ বাঢ়ি ওলোৱ প্ৰকাশৰ জাল, ইয়াক সূৰ্যলৈ 'চালে দেখা যায়, #ay of light. কিৰা, স. শ. (সং. কৃ নিক্ষেপ ক) পৰ্বতীয়া বা হাৰিয়াল অসভ্য জাতিৰ মানুই, নগ-উফল-মিৰি-আদি, a savage who inhabits wouls and moun- tains. কিৰিঙ্গা, স. শ. (অং. কিৰকিৰীয়া, ক্ষীণ ) এবিধ সৰু দাতেৰে তাল হাতী, নল-দতা stot, a male cle.plant with slender tusky, কিবি, স. শ. {হিং. কিচ্‌) তৰোৱা fatury, a Malay dagger, a creese. কিৰীটি, স. শ. (স. কিৰীট, মুকুট) ৰজা বা দেৱতাৰ মূৰৰ ভূষণ, a crown. কিৰীলি, স. শ. { অং. ক্ৰীড়া, ধেমালি) বৰ উচ্চ হাঁহি, বৰকৈ হাঁহি কৰা ধেমালি, loud laughter, tieth. কিৰীলি মাৰ, বৰকৈ হাঁহি মাতি ধেমালি 73, to laugh and play boisterously. কিকিৰীয়া,। বি. (সং. কুশ, ক্ষীণ ) লাহি, কিৰ্কিীয়া, ক্ষীণ, দুৰ্বল; যেনে, কিৰ্কি- ৰীয়া গা; সাৰ নথকা, শস্য বাঢ়িব নোৱৰা; যেনে, কিৰ্কিৰীয়া মাটি, slender, thin, dry, not fertile.