পৃষ্ঠা:হেমকোষ.pdf/২০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কীচক মান ঠাইত আলপীয়া সোত বৈ যোৱাৰ দৰে শব্দ কৰ, to ilow witl, a rip pling noise. কিল্লা, স. শ. (যাৎ, কিলা, গড়) দুৰ্গ, পক কেঁঠ, a fort. কিস্কিন্ধ্যা, স. শ. মহীশুৰ দেশৰ বান্দব ৰজা বালি আৰু সুগ্ৰীৱ পকা এটা পৰ্বত, a mountain in Mysore, the resilence of Bali. কিস্তি, স, শ, (যাং. কিস্তি, নাও) নাৱৰ আকৃতিৰ দৰবৰ বৰি-পিই খল, শিলৰ বৰিমৰা পাল, a stre vessel for grinding medicines in. কিস্তি, স. শ. (যদি. কিন্তু,) বেলেগ বেলেগ খতিৰাত অনেক ভাগ কৰি দিবৰ নিয়ম কৰা ধনৰ এ ভাগ; ধন দিবৰ নিমিতে কৰ বেলেগ বেলেগ খতিৰ, an instal- ment, one of the days fixed for the payment of an instalacrt of a কিৰ্ত্তিম। কিষ্টি, বি. (সং. কৃত্ৰিম, অসত্য) মিছা, সজ, নোহোৱাক হে কৰা, fietitious, counterfeited. কিপি, বি. (সং. কৃপণ, কটকিনা) কৃপণ, কটুকি, ধন ভাগিব নোৱৰা, misery, niggardly. স. শ, কটকিনা মানুহ, a misor. কিৰ্পিণালি, গু. শ. কৃপণৰ স্বভাব বা গুণ, fratta, niggardliness. কিল, স. শ. {হিং. কিলানী, প্ৰহাৰ কৰ; বং কি, ভুকু) কিলা কুটিৰে কৰা অঘািত, ৫ blow given witlf the elbow. কিল, স, ধা. কিল। কুটিৰে আঘাত কৰ; এতেকে আঘাতৰ দ্বাৰা দুখ দি, প্ৰহাৰ

  1. f, to strike with the clbox,

to beat. কিলাকিলি, স. শ. মৰামৰি, এজনে আন জনক আঘাত কৰা কাৰ্য, mutual heating. কিলাকুটি, স. শ. (অং. কিল, আঘাত+সং. কুট, হঁতুৰি হাতৰ ঠাৰিৰ মাজৰ গাঁঠি, (তাক কেঁাচাই জোঙ্গা কৰি কিল 71 THT er?), the elbow. কিলাকুটীয়া, বি. জোঙ্গা হৈ আগবঢ়া, কোচ খুওৱা কিলাকুটিৰ নিচিনা কবি, dbow shaped, angular. 5. *. 114 ফাললৈ আগবাঢ়ি যোৱা চুকীয়া মাটি, আগীয়া ফুটি, a high bank jorojecting into the river, a promontory. কিলকিল, অনুক, অলপীয়া পানী অসমান ঠাইত বেগাই বৈ যাওঁতে হোৱাৰ নিচিনা

  • y, an imitative sound used to

express that of a small strcam Howing rapidly over burface. কিকিলনি, স. শ. অসমান ঠাইত তালীয় পানী বেগাই বৈ যাওঁতে হোৱা শব্দ, the sound of a small strean rapidly flowing over an meren snrface. কিলকিল, অ, যা কিলকিল শব্দ কৰ, অস- sin), , কিস্তিবন্দী, স. শ. {য, ঐ } অনেক বাৰত ধন দি বাৰ মাৰিবলৈ কৰা নিয়ম, all agreement to repay a debt by instalments. কিহবা, ব্য. স. ( কিহ, কোনো এক+বা, অব্যয় } কোনো এক জন্তু বা বস্তু; যেনে, কিহবাই নিলে, কিহবাত আছে, some avimal or thing. কীৰ্কি, অনুক, চৰাই পোৱালীৰ নিচিনা মাত, an imitative sound rised to express the chirping of young birds. , কীৰ্কিয়নি, স, শ, চৰাই পোৱালীৰ মাত, chirping of young birds. কীৰ্কিয়া, আ. ধা. কফি শব্দ কৰু, চাই- পোৱালীৰ দৰে মাত, to chirp as young birds. কীচক, স. শ. বিৰাট ৰজাৰ খুলখালিয়ে এটা দৈত্যৰ নাম, the name of the brother-in-law of Virata. He made love to Drowpadi so was killed by Bhima. (Dowson). ineren