পৃষ্ঠা:হেমকোষ.pdf/২০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাশ্মীৰ, narc কাশ্মী, স. শ. (সং.. কাশ, দীপ্তি কৰ, খ্যাত হ) এখন দেশৰ নাম, Kashmir. কাশ্মীৰী, বি. কাশ্মীৰত উৎপন্ন বা ওপজা, produced or born in Kaslimir. . কাশ্যপ, স. শ. (সং. কশ্যপৰ পুতেক) এজনা ঋষিৰ নাম, এওঁ এজনা ডাঙ্গৰ ঋষি আছিল; অনেক হিন্দুৱে তেওঁক আপোনাৰ আদি পুৰুষ বুলি কয়, the of a unior deilied sage, the son of Marichi and father of the immortals, Gods, anl demons; (2) a kind of deur; (3) a sort of fish (\Filson). কা, স. শ. (সং. কক্ষ, পাৰ্শ্ব } গাৰ কঁাতি; যেনে, কাষত কণহ লৈ নৈলৈ গল; কোনো বস্তুৰ দাতি; যেনে, নৈৰ কাষ; 4707$ 257, vitle of the body, edge, border, proximity. কাষ, স, শ, কোনো বস্তুৰ দাতি, পাৰ্শ্ব; এতেকে সমীপ, sicke, edge, toiler, vicinity. কাৰ্যৰি, স. শ. পথাৰৰ আলিৰ দাঁতি, the sidlo or eye of an embankment across a rico tjeld, কাষৰীয়, বি. পাতি, ঈতিত থকা, apper- taining to a side or edge. কাষে, ক্ৰি. বি. ওচৰে, পঁতিয়ে; যেনে, নৈ åtfery stat, by thr side of, by, কাষ্ঠ, স. শ. (সং, কাশ, দীপ্তি ক) কাঠ, 64949, wood, timber. কাবিলা, স. শ. (হি. কখোৰী, বং, কাবিৰলী, কঁাকবিৰালী, কাষ লতিৰ খহ) কাষ লতিৰ তলত হোৱা খহু, a painful suppurating tumour in the armpit. কাতি, স. শ(সং, কক্ষ-লতি, বাহুমূলৰ দ বা নিম্ন ঠাই) বা-বিচনিৰ তলৰ খাল, the armpit. কাহ, স. শ. (সং কাশ, ডিঙ্গি সুৰসুৰাই মুখে ওলোৱা শব্দ কফে ডিঙ্গি সুৰ- সুৰোৱাত ভাৰশব্দ কৰি মুখে দিওলোৱা The a coughi. কিঙ্কিণী কাহ মাৰ, ডাঙ্গৰ শব্দ কৰি মুখে দি বায়ু Trasy to cough. কাহ, অ ধা. { অং কাহ, ঐ কাহ মাৰু, ডিঙ্গি সুৰসুৰোৱাত বৰ শব্দ কৰি বেগই মুখে দি বায়ু উলিয়া, to cough. কাহানি, ক্ৰি. বি. (সং. কস্মিন্নহনি, কোন দিনা) কোন দিন, কেতিয়া, on what (lay, shen. ক. স. কোন দিন; যেনে, fyatraca, what day. কাহানিকৈ, ক্ৰি. বি. কেতিয়ালৈ, কেতিয়া- 27, on what lay after this. কাহুলী, স. শ. ( সং, কাশম, বং. কাশুন্দী, আমেৰে কৰা এবিধ খাদ্য সৰিয়হ-বটাবে মিহলাই শুকাই থোৱা চকলিওৱা আমি, sliced mango mixed with mustard and trictl. . কি, বি. স. (সং কি, কোন বস্তু কোনো বস্তুৰ কথা সোত ব্যবহৃত শব্দ; যেনে, কি? যি বস্তুৰ কথা সোধা যায়, তাৰ সংখ্যা অধিক হলে সেই শব্দ দুটা হয়; যেনে, কি কি? what? ক্ৰি. বি. অৰ্থাৎ; যেনে, মনুষ্যে কি মানুহে সজ কাম কৰিব লাগে, tlat is, i. c. অব্য. ( অনিশ্চিত ব্যৰ্থত) বা, নাইবা; যেনে, মানুহ কি গৰু কিব। এটা আছে, or. কিংকৰ্তব্যবিমূঢ়, বি. (সং. কিংকৰ্ত্তৱিমূঢ় কিংকৰ্তব্য, কি কৰিব লাগে + বিমূঢ়, নজনা) কি কৰিব লাগে নজনা, বিবুদ্ধি, at a loss to understand what to do, perplexed. কিংশুক, স. শ. {সং কি, কি+শুক, ভাটো, কি ভাটৌ ) পলাশ ফুল, সি ভাটো-চৰাইৰ ঠোটৰ দৰে ৰঙ্গা আৰু বেঁকা, a tree bearing beautiful red blossoms. , Butca frondosa, (Ilaughton.) কিঙ্কৰ, স. শ. (সং. কিং, কিছু কম + ক, কদাস, বন্দী ভৃত্য, চাকৰ, a slave, a servant. () fi কিঙ্কিণী, স. শ. {স, কি-কি, অমুক) eat, otta, a small bell, a string of bells. ৫ ঘাথৰ চোৱা.।