পৃষ্ঠা:হেমকোষ.pdf/২০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কালিদাস কাশীনা। কালিদাস, স. শ. (সং. কালী, দুৰ্গাদাস, ভৃত্য } ভাৰতবৰ্ষৰ এজন ডাঙ্গৰ কৰিব নাম, তেওঁ ৰাজা বিক্ৰমাদিত্যৰ এজনা সত্য-পণ্ডিত আছিল; one of the greatest Indian bards who fou- rished during the reign of Raja Vikramaditya. কালিন্দী-ভোমোৰা, স. শ. (সং. কালি, কালিন্দ্ৰী-ভোমোৰা,কলা+ভোমোৰা, এবিধ পতঙ্গ) এবিধ উত্তম নীল-বৰণীয়া উৰি ফুৰা পোক, a Cota, a kind of beautiful bine insect of the beetle class. কালিয়ন, স. শ. (অং. কালি, আজিৰ পাচৰ দিন পাচে বেচ দিবৰ নিয়মে বস্তু কিনা DiÝ, the act of buying on credit. কালিয়নে, ক্ৰি. বি. পচে বেঢ় দিবৰ নিয়- মেৰে; যেনে, এই বস্তু কালিয়নে আনিছে, on credit. কালিহি কালিহি, বি. (অং. কালি, মহী) অলপ আন্ধাযুক্ত; যেনে, কালিহি- affafs Conta, imperfectly iller- mivated twilight. . কালী, স. শ. ( স. কাল, সদাশিৱ ) শিৱৰ ভাৰ্য্য, কালিকা, the groxidus# Kali. “কালিকা” চো। কালী, ক্ৰি. বি. (সং. কাল, সময়) কালত, সময়ত; যেনে, সেই কালীন, at the tinic. কালীয়া, স. শ. কালি বজাওঁ, a fifer, a player on a fifc. কাজীৰা, স. শ. (সং. কালৰ্জীৰক, এবিধ সৰু গুটি। এবিধ জীৰাৰ নিচিনা দৰবভ for $771 6t, a kind of small black secd used for medical purposes, The "Black Cummin" of Scripture, the “ je avblox" of Hippocrates and Dioscorides and the “Gith " of Pliny. (Nigella Sativa. Sec Dictionary of Econom. Products.) কাল্পনিকৃ, বি. (সং. কল্পন, মনেৰে সজা) Haca tey, Frel, invented, fictitious, false. কালফুৰা, স. শ. (সং, কাল, সময় + পূৰা, পূৰ্ণ কৰ, এওঁ ধৰিলে কাল পূৰ হয় এতেকে) যম-ৰজাৰ দুজন বৰ চোকা টেকেলাৰ এজন, সঁফুৰাৰ লগৰীয়, one of the two most active and fierce incssengers of death. কাশ, স. . (তৎ কাল, যম+শক্ত, অহিতকাৰী বৰ শক্ত; মৰা চেনেহৰ মানুহ, (মৰমৰ মানুহৰ মৃত্যুত জীয়াই থকাবিলাকৰ কষ্ট হয়, এতেকে সেই মাম); a deadly enemy, a beloved person who is clead. কালসাপ, স. শ. (সং. কালসপ, বৰ বিশাল সাপ) বৰ বিষাল সাপ, 1 very ven:- mous snake. কাৱাজ, স, শ. {যাং.) সৈন্যৰ শিক্ষা, military maneuvre. কাব্য, স. শ. {সং. কাৰা--কৱি, পণ্ডিত) ৰসযুক্ত শ্লোকেৰে ৰচনা কৰা বিষয়, ৰসাল পদ্যৰ দ্বাৰা বৰ্ণনা কৰা উপাখ্যান, poetical work. সম.--কাব্য, কবিতা, বহুত শ্লোকেৰে বৰ্ণনা-কৰা কোনো উপাখ্যানৰ নাম কাব্য, তাৰ প্ৰতোক শ্লোক এটা কবিতা। কাবৰ, স. শ. {স, কাৰস--কা + স, সোৱাদ ) কবিতাৰ উত্তম ভাব বা opti", a poetical thought or sendi- ment, taste for poetry. কাৱৈ, স. শ. (সং. কৰী; প্ৰাং, কষ্ট; বং, কই, এবিধ মাছ) লান-লগা আক কাইটীয়া পিঠি-পাখিৰে এবিধ কাঠ মাছ, the analas, (a kind of fish.) কাশি, স. শ. (সং. কাশ, দীপ্তি কৰ) কাশী, সদাশিৱৰ তীৰ্থ স্থান, বাৰাণী, atta, Benares which is sacred to Shiva. কাশিনা, স. শ. (সং, কাশি, বাৰাণসী+ কাশীনাথ, নাথ, গৰাকী সদাশিৱ, (শিৱই কাশী নিৰ্মাণ কৰিছিল বুলি খ্যাত), a name of Shiva, the reputed founder of Kashi,