পৃষ্ঠা:হেমকোষ.pdf/২০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাৰ্য-সিদ্ধি ১৭৭ কালিখুঁকি কাৰ্য-সিদ্ধি, স. শ. {স. কাৰ্য+ সিদ্ধি, সম্পূৰ্ণতা) অভিলষিত কাৰ্য্যৰ সম্পন্নতা, কামৰ ভাল ফল, successfulness, sticcess. কাষণা, স. শ. (যা. কাখানা, কাম কৰা ঠাই। কৰ্ম্ম, ব্যাপাৰ, শিল্পকৰ্ম কৰা ঠাই, business, a manufactory. কাৰ্যাপ, স. শ. {সং. ক, যোল পোণ +আপণ, বেচা কিনা কাৰ্য) যোল পোণ কড়ি, বধু তাৰ মূল্য এটকা ৰূপ, একাণ, the value of one Rupee. কাল, স, শ, (সং. কল, গণনা ক} সময়, ঋতু; যম, মৃত্যু, মৰমৰ মানুহ মৰিলে তাকে। কাল বেলা যায়, কাৰণ সি জীয়াই থকাবিলাকৰ মৃত্যুৰূপ time, season, dcath, a beloved person who is lead. কালকূট, স. শ. {সং. কাল, যম+কুট, নাশ কৰ; মমকে নাশ কৰিব পাৰে। বৰ বিহ, যাক খোৱা মাত্ৰেই প্ৰাণ যায়, এবিধ গছৰ শিপাৰ পৰা হোৱা বিহ, জাপৰী fas, any deally poison, a vegetable poison, the aconitu, aconitum ferox (Dict. Econom. Products). কালক্ৰমে, ক্ৰি. বি. {সং. কালক্ৰম, সময়ৰ গতি) সময়ৰ গতিত, লাহে লাহে, ক্ৰমশঃ; যেনে, কালক্ৰমে লৰা ডাঙ্গব হয়, in couse of time. কালচক্ৰ, স. . (সং. কাল, সময়+ চক্ৰ, ৰথৰ ঘিল) সময়ম্বৰূপ ৰথৰ ঘিল। অৰ্থাৎ সময়ৰ পাক, কালৰ পৰিবৰ্তন, a revo- lution of time. . কালনেমি, স. শ. এটা ৰাক্ষৰ নাম, tle name of a demon. কালমূৰ্তি, স. শ. (সং, কাল, যম+মূৰ্তি, কাবমূৰ্ত্তি, আকাৰ) যমৰ নিচিনা মূৰ্তি,

    • taft, an awful appearance.

বি. ভয়ানক আকৃতিযুক্ত, বিকটাকা, awful to look at. কালী, স, শ, (কলা শব্দৰ স্ত্ৰীলিঙ্গ) কাণে gent fucatot, a deaf woman. 12 কালক্ষ, স, . (সং. কাল, যম+ ণ, অলপ সময়) অশুভ সময়, প্ৰতি দিনৰ অশুভ ডাগ, unpropitious time, কালাগ্নি, স. শ. (সং. কাল, নাশ কৰোতা+ অগ্নি, জুই) প্ৰলয়ৰ জুই, যাৰ দ্বাৰা সৃষ্টি € 32, the universal contagration which is to lestroy tlic world, কালান্ত, স, শ, (সং. কাল, সময়+অন্তুক, শেষ কৰোত) জীৱনৰ কাল শেষ কৰোতা, 1," T, cath, the regent of death. কালি, স. শ. (সং, কাহল, এবিধ পেপা) মুখেৰে যুঁকি বজোৱা এবিধ যন্ত্ৰ, a. {ife. কালি, স. শ. (অ. কলা; বং. কাল, কৃষ্ণ বৰ্ণ) মহী, আখৰ লেখা জোল, ink. কালি, স. শ. (সং. কল, গণনা কৰু, বং. কালি, দীঘ-পুতলব গণনা) দীঘলক পুত- লেবে পূৰণ কৰিলে হোৱা ফল, the result obtained by nultiplying the length of any thing luy its breadt).. কালি, স, শ. (সং. কল্য, আজিৰ আগৰ বা পাচৰ দিন) আজিৰ আগৰ দিন; যেনে, কালি আহিলো; (চতুৰ্থী বিভ- ক্তিত) আজিৰ পাচৰ দিন; যেনে, কালিলৈ; (পঞ্চমী আৰু ষষ্ঠী বিভক্তি ) আজিৰ আগৰ বা পাচৰ দিন; যেনে, কালিৰ পৰা হৈছে, কালিৰ পৰা হব; কালিৰ ভাত আছে, কালিৰ দিনটো eft, yesterday, tomorrow. কালিকা, স. শ (সং. কালক, শিৱ } শিব ভাৰ্য, দুগাৰ এক মূৰ্তি, এই মূৰ্তি কলা, চতুভূজ উলঙ্গ, আৰু সদাশিৱৰ বুকত থিয় হৈ থাকে। ৰক্তবীজ নামেৰে অসুৰক মাৰিবৰ কাৰণে দুৰ্গাই সেই ৰূপ ধৰাত তেওঁৰ খোত পৃথিবী বহি যায় দেখি মহাদেৱে তেওঁক বুকু পাতি ধৰিলে বুলি gatae fetary Thes, the goddess Kali. কালিঘুকি, স. শ. (অং. কালি, মহী+ঘে, বোক্} কণামুচৰিৰ নিচিনা অলপ কলা এবিধ মাছ-খোৱা চৰাই, a species of fish-eating bird. .