পৃষ্ঠা:হেমকোষ.pdf/২০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কামধেনু ১৭৪ কামেশ্বৰ মতাৰ, মই তিষোৰ সঙ্গ বিচাৰে, the Indian Cupid, the God of love. Vide infra. কামধেনু, স, শ. {সং. কাম, বাঞ্ছা+ধেনু, গাই। যিহকে খোলা যায়, তাকে দিয়া এজনী গাই, সুৰতী; পোৱালি নোহো- বাকৈ গাখীৰ দিয়া গাই, a fabulous cow which is said to give any- thing asked for, a cow giving milk without calving, said to have belong. ed to the sage Basistha (Dowson). কামনা, স, শ, (সং. কামনা--কাম্, বাঞ্ছা ক) বাঞ্ছা, ইচ্ছা, as desire, wish. কামপত্নী, স. শ. (সং. কাম, কামদেৱ + পত্নী, স্ত্ৰী) কামদেৱৰ ঘৈণীয়েক, ৰতি, the wife of the Indian Cupid. কাম-পীড়া, স. শ. (সং, কাম, সহবাসৰ ইচ্ছা+ পীড়া, দুখ) স্ত্ৰী-পুৰুষৰ পৰস্পৰ সহবাসৰ ইচ্ছা বা প্ৰেমৰ পৰা হোৱা দুখ, the range of lust. কমবাণ, স. শ. (সং. কামদেৰ+বাণ, শৰ কামদেৱৰ শৰ; স্ত্ৰী-পুৰুষৰ পৰস্পৰ সহবাসৰ ইচ্ছাৰ পৰা হোৱা পড়া, Ctipid's arrows, passion, lust. কামভাৱ, সং. কাম, স্ত্ৰী পুৰুষৰ পৰস্পৰ কামভাৱ, সহবাসৰ ইচ্ছা+ভাৱ, বোধ ) তিৰোতাৰ মাৰে বা মতাৰ তিৰোবাৰে সৈতে বাস কৰিবৰ ইচ্ছা, the desire of sexual intercourse, last. কামলি, স, শ. (সং, কম্বল, হিং. কলি, নোমৰ কাপৰ বিশেষ অঙ্গা, এবিধ catara Astra, a blanket. কামশক্তি, স. শ. (সং. তিৰোতা-মতাৰ পৰম্পৰ সহবাসৰ বাঙ্গা+শক্তি, বল) মতাৰ তিৰৰকাৰে সৈতে, তিৰোতাৰ মাৰে সৈতে সহবাস কৰিব পৰা শক্তি, the power or strength that excites carnal desire, lust. কামশ, স. শ. (সং. কাম, কামদেৱশৰ,

  • ) কামৰাণ, Cupid's arrow, pa8-

কামাখ্যা, স. শ. (সং. কাম, সুৰ+ আখ্যা, নাম ) কামৰূপৰ নীলাচল পৰ্বত থকা গোসানী, the goddess Kamakhya See Kalika Purana. The name of a Tirtha in Kamrup. কামাগ্নি, স. শ, (সং. কাম, ভিৰোতা-মাৰ পৰস্পৰ সহবাসৰ বাঞ্ছ+ অগ্নি, জুই) তিৰোৰ মতাৰে সৈতে বা মতাৰ তিৰো- তাৰে সৈতে সহবাস কৰিবৰ নিমিত্তে হোৱা প্ৰবল ইচ্ছা, কামৰ পৰা হোৱা

  1. y, fire of love, passion, lust.

কামাতুৰ, বি. (সং. ভিৰোতা-মৰ পৰস্পৰ সহবাসৰ বাঞ্ছ + আতুব, পীড়িত, দুখিত) কামৰ দ্বাৰা পড়িত (পুং ); lustful. (স্ত্ৰী) কামাতুৰা; “কামাতুৰ স্ত্ৰীৰ যেনে সন্তাপ মাৰ্জন্তে;” শঙ্কৰ। কামান, স, শ. (স. কাম, সহবাসৰ বা + অনল, জুই) কামাগ্নি, কামৰ পৰা হোৱা পড়া,সি,জুইৰ দৰে মনক পোৰে, এতেকে) the fire of love, passion, lust. কামাৰ্ত, বি. (সং. সহবাস বা +আৰ্ত্ত, পড়িত) কামৰ দ্বাৰা পড়িত, suffering from the pangs of lust, love-sick. কামিনী, স. শ. (সং. কাম, সুন্দৰ বা সহবাসৰ বাস্থ) সুন্দৰী তিৰোগ; যেই সেই fextruy, a lovcable bcantiful woman, & woman in general. কামিলা, বি. (অং• কাম, কাৰ্য) কামত লগা, useful. কামী, স. শ. (সং, কৰ্মী, কামত লগ) কামত লগাবলৈ, সৰুকৈ ফালি ছা বাঁহ আদি,। a long narrow piece of split bamboo, a bamboo lath. কামী-হাড়, স, শ, (অ. কামী, ফল ঝাঁহ +হাৰ, মঙ্গহৰ ভিতৰৰ কঠিন বস্তু) বুকুৰ ফালে থকা চেপেটা কামীৰ farfany T, a rib of the body. কামুক, বি. (সং. কাম, মতা-তিৰোৰ সহবাসৰ বা) কামাতুৰ (পুং), lustful, (খ্ৰী) কামুকী। কামেশ্বৰ, সশ. এস. কাম ঐ+ঈশ্বৰ sion, lust.