পৃষ্ঠা:হেমকোষ.pdf/২০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কামোৰ, ১৭৫ অধিকাৰ এবিধ শক্তিকাৰক দৰব, a kind of aphrodysiac. কামোৰু, স. ধা- (বকামড়, সাতেৰে পীড়া ক) দাতেৰে আঘাত কৰ, দশ; যেনে, কুকুৰে কামোৰে; হিংসা কৰি মিছা দুৰ্নাম ক; শত্ৰুৰে কামোৰে, to bite, to asperse maliciously. 1.8. FC9798 নিচিনা বেদনা বোধ ক; যেনে, মূৰ ataifacs, to feel a hiting pain, to ache. কামোৰ, স. শ. (অ. কামোৰ, দংশ) লৰ আঘাত, দংশন; যেনে, মহৰ কামোত শুব নোৱাৰি, ৰ চেপা; যেনে, কুকুৰে কামোৰে; হিংসাৰ নিমিত্তে কৰা সুনাম; যেনে, শত্ৰুৰ কামোৰ সহিব নোৱাৰি; বেদনা; যেনে, মুৰৰ কামোৰ, a bite, seizing with the teeth, false and malicious asper- sions; a sharp pain. কামোৰ খাই ধৰ, আট খ, to adhere, to he tight. কামোৰ মাৰ, দংশন কৰু, to lite, কামোৰ মাৰি ধৰ, তেৰে চেপি ধৰ, আটি ধৰ, hold between the teeth, to adhere. কামোৰণি, স, শ. (অং. কামোব, দংশন কৰ পেটৰ ৰা মুৰৰ বেদনা; যেনে, পেটৰ কামোৰণি, মূৰ-কামোৰণি; দুৰ্ব্বা- ক্যৰ পৰা হোৱা ঈড়, the pain caused by malicious and falseaspersions, an achc, a griping pain. কামোৰা-কামুৰি, স, শ, (অং. কামোৰ, দংশন কৰ) ইটোৱে সিটোক কামোৰা

  • 747, the act of biting cach other.

কামাল, স. শ. (অ. কাম, কামদেৱ+ তাল, এবিধ বাদ্য। এবিধ ডাঙ্গৰ উৰহী, a kind of bean. কাম-দেয়, “কামদেৱ” চোয়া। কামধেনু, “কামধেনু" চোৱা। ঋ-বৰণীয়া, বি. (অং. কাম, এবিধ চৰাই +বৰণীয়া, বৰণ যুক্ত) কামচৰাইৰ নিচিনা নীল বৰণ যুক্ত, light blue. কাম-ভাবে, ক্ৰি. বি. শৃঙ্গাৰৰ ইচ্ছাৰে, সহ- বাসৰ মনেৰে, with a canal desire. কাম্য, বি. (সং. কাম, বাঞ্ছা কৰ, কোনো ফল পাবৰ বাৰে কৰা; { কৰ্ম্ম কাৰ্যাত খাটে); যেনে, কাম কৰ্ম্ম, performed with the desire of some advantage. কাপ, স. শ. (সং. কামৰূপ, সুন্দৰ আকৃতি) অসম দেশৰ নামনি ভাগ, lower Assam. কামূৰূপ, বি. (অ. কামৰূপ, ঐ ) কাম- ৰূপত থকা বা হোৱা, living or pr() duced in Kamrap. The name of the dialect spoken in Kamruj). কাসেন্দুৰ, স, শ. (অং. কামনা, বাঞ্ছা + সেন্দুৰ, এবিধ ফোট লোৱা বস্তু) এবিধ বস্তু, তবে ফোট লালে যিহকে লাগে, তাকে পোৱা যায় বুলি মানুহে ভাবে, a fabulous substance which, when put on one's forehead is said to give anything desired. কা, (-জ্ব , স. শ. (সং. কাৰ্য, কৰ্ম্ম ) কাম, বন; আদ্য-শ্ৰাদ্ধ, (xk, business. কায়, স. শ. (সং. ক, ব্ৰহ্মা, ব্ৰহ্মাৰ পৰা হোৱা) দেহ, শৰীৰ, গ, the body. কায়কৃত, বি. (সং. কায়, শৰীৰ+কৃত, কা) শৰীৰৰ দ্বাৰা কৰা; আপুনি কৰা, done by one's self. কায়মনোবাক্যে, ক্ৰি. বি. (সং কায়, ঐ + মন, মতি+বাক্য, মাত) শৰীৰ, মন বা কথাৰে, কোনো প্ৰকাৰে; যেনে, কায়মনোবাক্যে আপোৰ শৰীৰ মন আৰু কথাৰে, সৰ্বপ্ৰকাৰে, সকলে। শক্তিৰে; যেনে, কায়মনোবাক্যে ঈশ্বৰৰ সেৱা কৰা, citlier with body, mind or spcceli, in any way, to do one's ut- most. কায়স্থ, স. শ. (সং. কায়, শৰীৰ+হ, খকা) শূদিৰৰ ভিতৰত উত্তম জাতি, এই জাতি প্ৰথমতে ক্ষত্ৰিয়ৰ মতা, শূদিবৰ তিৰে- তাৰ পৰা উৎপঙ্গ হৈ কাকতীৰ ব্যৱসায় ললে আৰু ব্ৰাক্ষ্মণাদি চাৰি জাতি ঈশ্বৰৰ