পৃষ্ঠা:হেমকোষ.pdf/১৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কতোয়া। কাল। kind of fat fish, an incantation supposod to neutralise the effects of charms or spells. - কৰতোয়া, স. শ. (সং. কৰোয়া-ফৰ, হাছ+ তোয়, পানী; পাৰ্বতীৰ বিয়াত শিৱৰ হাতত চলা পানীৰ পৰা উৎপন্ন, এতেকে) বঙ্গ- দেশৰ পূব-উত্তৰৰ এখন নৈ, কতিয়া-নৈ, a river in the north-east of Bengal. কৰপ, স. শ. ( বোধ হয় অং, তৰপ শব্দৰ পৰা উৎপন্ন } জন্তুৰ শিঙ্গত হোৱা আঙ্গ, ঠিৰ নিচিনা উঠঙ্গা, a ring or wrinkle on the horns of cattle, কপা, আ. স. কোন ঠাইৰ পৰা, from what place. কপজৱ, স, *. (সং. কুপল্লৱ, হাতব আঙ্গুলি হাতৰ আঙুলিৰ ভঙ্গিৰে কথা বুজোৱা এক প্ৰকাৰ সঙ্কেত বা চিয়াৰ, conversation by the fingers. ক. স. শ. ই. তৰপ, জাপ) কেই বা প, অৰ্থাৎ ডাঠ হৈ বন্ধ ঘোৰা মলি, thick dirt on the body. কপা মাৰ, গাত ডাঠ মলি ই; যেনে, গাত মলিয়ে কব মাৰিছে, to be laid thickly, ax dirt, on the body, কপাল, স. শ.। সং. ক, ত + পত্ৰি ভাজন }, হাতৰ ঠোলা, হাতৰ তলুৱা toy palcantar, the hand lollowed so as to hold anything, কৰপুটে, ক্ৰি. বি. (সং. কৰপুট, কৃতাঞ্জলি ) DE CAYC fa, with joined lands. কা, স্থা, স, কোনো এক অজানিত ঠাইৰ; যেনে, কৰবা মানুহ, of soint place or otlier. . কড়, স, শ, (সং. ক, ত্যাগ কৰ) হাতীৰ Da constant, a young clephant or camel. কম, স, ধ: (সং, কৰ্ম্ম, কাৰ্য) কুমন্ত্ৰৰ দ্বাৰা পড়াদি, হদি; যেনে, অমুক

কোনোবাই কৰমিলে, to injurely

incantation. স, শ, শৰাধ, কাৰ্য, an act, an offering to the manes. (531) কমালা, স. শ. (সং কৰ, হাত+মালা, একে লগে গঁথা মণি) দেৱতাৰ নাম লওঁতে নামৰ লেখ ৰাখিবৰ নিমিত্তে হাতত লোৱ। T', a rósary. কৰৱীৰ- বী), স, শ, (সং, কৱীৰ — কৰ, মূল +ৱীৰ, প্ৰকাশিত হ। এবিধ সকলোৱে চিনা ফুল আৰু তাৰ গছ, তাৰ বঙ্গা বগা দুৰিধ, {ie Oleaneler. কবলীয়া, বি. { অং. কৰ্কৰীয়া, শুকান) নীৰ, কিছু শুকান আৰু কিছু ৰসাল-মিহলি, ( জুলীয়া বস্তুৰে মিহলোৱা গুড়িত খাটে , not very juicy, nearly dry, কৰা, স, ধ, (আং. ক, সমবিলোক নিযুক্ত কৰি সম্পাদন ক, to (LIke to be done. কৰাই, স. শ. { সং. কৰ্ক, টান; বং. কড়াই, ভজা চাউল) ভজা চাউল, খুন্দি কৰ এবিধ খাদা, সান্দহ, parstfou of parched rice. কৰাইচ, বি. { অং. কাল, আঠ; + ইচ্ছা, বাঞ্ছা) বস্তু এৰি দিব নোৱৰা; এতেক 74, fai, stingy, niserly. কৰাইমেৰীয়, স. শ. (, কই, ভাজি খুন্দা চাউল + মেৰীয়া, পাক-খোৱা; মেৰ খাই কৰাইৰ লাৰ নিচিনা হোৱা) পাক খৰ হোৱাৰ নিমিত্তে লেজু বা জৰী বৰকৈ মেৰ att 751Y siifs, a kink in a rope or string. কোনোৱে “কৰাইগুৰীয়া” লিখে। কৰাপাটু, প. শ. সৰ বাট চৰা, 8 satsway shed before a satira or religious establishment কৰা, বি. (সং. কল–ক, হাত+ অল, সমৰ্থ হ} বিকট, ভয়ঙ্কৰ, ( আকুতিত খাটে; যেনে, কাল মুৰ্ভি, awful </ terrible in appearance. কল, স. শ. { সৎ, কল, তেলেৰে মিহলি ধূনা) পকি-ঘৰৰ ইটা-গধা, শুকালে আট থাই ধৰা বস্তু; তাৰ নিচিনা আন বস্তু; আঠাৰ দৰে লাগি থকা শুকান বস্তু। যেনে, হাতত তেজৰ কৰাল আছে; আঠাৰ দৰে লাগি ধৰা গুণ বা শক্তি; যেনে,