পৃষ্ঠা:হেমকোষ.pdf/১৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাল মাৰ, কাটেঙ্গ শুকান চূণত কৰাল নেথাকে, mortar, a cement, any adhesive substance, adisesivelsess. স. ধ. কৰাল লগা, কৰালেৰে আবদ্ধ কৰ, to cement. কাল মাৰ, শুকাই আঠাৰ দৰে লাগি 87, to stick, tv :ulhere. কী, স. শ. (সং. ক, হাত + ঈ, প্ৰতায় হাতী, at eleplan. (স্ত্ৰী) কৰিণী। কী, স. শ. { স’ কৰী, হাতী + ইন্দ্ৰ, প্ৰধান) ঐৰাৱত, ইন্দ্ৰব হাতী; বৰ ডাঙ্গুৰ 701a), the elephant of Indra, a very big male elephant. কৰুণা, স. শ. {সং. ক, প্ৰেৰণ কৰ) দয়া, কৃপ; of a chal, compassion, kind- ness, mercy, a kind of aciel fruit. কৰুণাময়, বি. (সং. কৰুণা, দয়া + ময়, প্ৰত্যয় ) দয়ালু, কৃপালু, merciful, coin- passionate, কৰুণাসাগৰ, বি. { সং. কৰুণা, দয়া +সাগৰ, সমুদ্ৰ কৃপাৰ সাগৰ অৰ্থাৎ বৰকৈ কৃপা কৰোতা, a very pimpak- sionate personage. কণীয়া, বি. দীঘৰ এডাল দূতা বা কাঠী এবি এডাল উঠা; যেনে, কৰুণীয়া মোৰ, woven by passing the weft under trery second warji-thread. . কঁৰুৱা, বি. (সং. কটু, বিসসাৱাদ ) বিসসাৱাদ আৰু দুৰ্গন্ধ ( ঘিউ খাটে ), bad smel- ling and of bad taste, rancid (said of ghce), কৰুৱা, স. শ. (অং, কঠুৱা, কাঠৰ নিচিনা) ভালকৈ মুকলি নোহোৱা কপাহৰ ফুট, cotton not fully opened from কৰ্কৰ, অনুক, দাঁতেৰে টান বস্তু চোবোবাৰ GfGay, an imitative sound used to express that of liting a hard thing. কৰকৰণি, ম. শ. (অং, কৰকৰা, দাতেৰে কৰ্কৰণি, শব্দ কৰ) দাত কৰচনিৰ শব্দ, টান বস্তু চোবোৱাৰ শব্দ, the sound of gnawing or gnashing, কৰকৰা, গ. ধা. (অৎ, কৰকৰ, অনুক, } কক, দাঁতেৰে শব্দ কৰ, দাত ঢোবাই

        • , to grind or strike together

the teeth.. কৰ্কৰা, স. শ. (সং. কৰ্ক, টান, কঠিন ) পানী নিদিয়াকৈ খোৱা ভাত, cookett rice kept dry for after use. কৰ্কৰী-জল,। স. শ. (সং. কৰ্কৰী, নাল কৰ্কৰীয় জল, থকা পানীৰ পাত্ৰ+ জল, পানী) মানুহ মৰাৰ পাচত দহ দিনলৈকে আত্মাৰ শৰীৰ চেঁচা হবৰ নিমিত্তে দিয়া এৱা গাখীৰ আৰু পানী, water and inilk altered to the mancs of a deadl persols, up to the tenth say after death, to make his body cool. কৰ্কীয়, বি. (অং. কৰ্কব, টান) শুকাই নীৰস হোৱা; যেনে, কৰ্কৰীয়া মাটি, dry and hard. কৰ্কশ, বি. (সং. ক, ক + কশ, পীড়া) টান, কঠিন, খহটা, নিৰ্দয়, lared, harsh, unkinit. কৰ্কশবাদ, স, শ, (সং. কৰ্কশ, কঠিন +. বাদ, তৰ্ক) উখন-উখনি, নীৰ কথাৰ তৰ্ক, অকামিলা কথাত ব্যৰ্থ হৈ কবা তৰ্ক, a noisy discussion or argument. কপ্ট, স. শ. (সং. ক্ৰোঞ্চ, এবিধ চৰাই বক জাতিৰ এবিধ চৰাই, a lkind of bird, a crane. । স. শ{সৎ, কৰক, হি. কৰ্জাটেঙ্গা, কৰোন্দা, ব, কৰচা, এবিধ ফল) এবিধ সৰু টো ফল, a kind of. acid fruit and its tree. the peal. কৰৈ স. শ. এবিধ সুকাঠী গছ, a timber tree (albizzia procera). কৰোতা, কদ, স. (অং. ক, সম্পাব্দ) কৰ্ত্তা, যি কৰে, a doer. (স্ত্ৰী) কতী। কৰ্কটু, স. শ. (সং. কৰ্ক, হাহ) কেঁকোৰা, 563***f, a oub, the Zodiacal sign Cancer.