পৃষ্ঠা:হেমকোষ.pdf/১৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কপ্পনি কমলিনী। কপঞ্জপনি, স. শ. কপজপোৱা কাৰ্য, the act of struggling to get out of water or misfortune, কপজপা, অ. ধাপানীত পৰি উঠিবৰ কাৰণে হাত-মূৰ জোকাৰ, আপদত পৰি বিবুদ্ধি হৈ সাৰিবৰ চেষ্টা কৰ, to struggle to get out of water or inisfortune. ক, স. শ. { সং. ক, পানী। তিনি ধাতুৰ এক ধাতু, শৰীৰৰ ৰস, সি স্বাভাবিক অৱস্থাত অলপ বিজলীয়া; কিন্তু বিকৃত হলে ঘন হৈ বুকু আদিত গোট খায়, আৰু TC 10 3G , one of the three principles of the body, phlegm. কফাল, বি. কযুক্ত, phlignatix, subjeet. to cold. কফী, বি. কযুক্ত, কফাল, phlegmatic, subject to volel. বন্ধ, স. শ. (সং. ক, মূৰ + বধ, নষ্ট ক) মূৰ নথকা গাৰি, এতেকে মূৰ নথকা এটা ভূত, ক, ৮ heatlass trunk, atn evil spirit without the lead, "**" চোৰা। কাৰি, স, শ, { অং. বাবি, মাৰি) মাটিৰ মূৰ্তি মিহি কৰা চেপেটা মাৰি, a flat ricec of lamboo ulsed in smoothing ati carthen iniage. কবুল, স. শ. { যা.) সৈ, স্বীকাৰ, অঙ্গীকাৰ, confession. কবুলতী, স. শ. (যাং.) কোনো কাৰ্য কৰিবলৈ অঙ্গীকাৰ কৰি লেখি দিয়া পত্ৰ, an agreement. কবুলা, বি. ( যাৎ.) সৈ কৰা, অঙ্গীকাৰ কৰা, confessel, acknowledged. ককবনি, স. শ. “কপকপনি” চোৱা। ক কব, অ. . “কপকপা” চোৱা। কম্, বি. (যাং.) নূন, ভাকৰ, less, deficient, incomplete. অ, ধ. কম হ, আগতকৈ অলপ বা সৰু হ, to decrease, to abate. কমণ্ডলু, স, শ, (সং. ক, পানী + মও, অলঙ্কাৰ+, পা) সন্ন্যাসীৰ পানী খোৱা মাটিৰ বা কাঠৰ পাত্ৰ বিশেষ, an earthe or wooden water pot used by an ascetic. কমনি, স. শ.( অং, কমা, মাছৰ দৰে পানীৰ ওপৰত ভৰি ফুৰ পানীৰ ওপৰত সাতৰি ফুৰা কাৰ্য্য ( মাছ খাটে ) the act of swimming on the surface of the svater as a fish. কমনিয়া, অ. ধা. (অং. কমনি, ঐ ) পানীৰ ওপৰত আঁতৰি ফুৰ ( মাছত খাটে ), দুখত বা আদিত পৰি বিৰুদ্ধি হৈ ফুৰ, to swim on the surface of the water as a fish, to wander about me distress. কমনীয়, বি. {সং. ক, বাঞ্ছা কৰ ) বস্থিৰ যোগ্য, এতেকে সুন্দৰ, lesitalyle, beautiful কমনীয়া, বি. (সং. কমনি, পানীৰ ওপৰত বাৰা পানীৰ ওপৰত ভৰি ফুৰা; যেনে, কমনীয় মাছ, ১৫vimaning ) the stuface of the water. কমল, স. শ. (সং. ক, নী + অল, শোভ। ক) পদ্ম, পদুম ফুল, a lotus. কমল-লোচন, স. শ. { সং.. কমল, ঐ + লোচন, চকু) পদ্মৰ নিচিনা শুৱনি চকু- থকা লোক; বিষ্ণু,। une baving lotix- like or lovely eres, Vinnu. কমল, স. শ. (সং.. কমল, পদ্মত বাস কাৰে এই কাৰণ। লক্ষ্মী, বিষ্ণুৰ ভাৰ্যা, a name of Lakshmi, the goddess of riches. কমলা-টেঙ্গ, (বং কমলা, সুমথিৰা + টেঙ্গা, অ) সুমথিৰা টেঙ্গাব গঢ়ৰ কিন্তু তাতকৈ সৰু এবিধ টেঙ্গা ফল (কামৰূ, }, a kind of fruit. কমলাস, স, শ, { সং. কমল, পদ্ম + আসন, তল পাৰি বহা বস্তু। ব্ৰহ্মাৰ নাম, (তেওঁ বিষ্ণুৰ নাভিপত উপজি vice af 51 ), a name of Bralıma. কমলিনী, স. শ. (সং. কমলিনী কমলিন, কমল থকা+স্ত্ৰীলিঙ্গত ঈ} পহুমনি, বহুত পদ্মফুল থকা ঠাই, সূৰ্য্য ওলালে পদুম