পৃষ্ঠা:হেমকোষ.pdf/১৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কবে the sult, ell ফুলে আৰু “কমলিনী ” এইটে। স্ত্ৰী শব্দ, দেখি ক সূৰ্যৰ ভাৰ্য্যা বুলি কবি সকলে বৰ্ণনা কৰিছে; অতি সুন্দৰী fucatul, a place abounding in lotuses, describal by the Indian bards as # female in love with a beautiful and lovely woman. কমা, স, ধা. { যাৎ, কম, তাকব ) তাকৰ কৰু, ন্যূন ক, টুটা, to lessent. কমা, স. বা. { সৎ, কমা, সুন্দৰ সুন্দৰ কন্ অৰ্থাৎ আঙুলিৰে ভুলাৰ আঁহ মুকলি কৰ, তুল। কোমল তৰু পৰিষ্কাৰ কৰ, বালি The CTA Efarn, to cha anulstraight- the filure with the finger (said of cotton, to wash for yold. কমা, তা. বা. (সং. কং, পানী) পানীৰ ওপৰত বনাই ফুৰ, পানীৰ ওপৰত আঁতৰি ফু (মাছত খাটে); দুখত পৰি আনেক ঠাইত ভ্ৰমণ ক, এই অৰ্থ সদায় ই- ভাগান্ত কৃদন্ত ক্ৰিয়া হয়; যেনে, সি দেশ খানতে কমাই ফুৰিছে, t) sri to the surface of the water as a fish, to wander alout in distress, কমাৰ, স. শ. (সং. কৰ্ম্মকাৰ, কাম-কৰোতা লোব কাম কৰোতা, ১১ ১১lacksmitly. কমা-শাল, স. শ. (অং. কমাৰ, ঐ + শাল, শিল্প কৰ্ম্ম কৰা ঠাই) কাৰে গঢ় গঢ়া ঠাই, কমাৰৰ গঢ় গঢ়া সমুদায় যতন, a smithy. কমে, ক্ৰি. বি. ( যাই. কম, ভাকৰ কোনো নিৰূপিত পৰিমাণতকৈ কৰ বস্তুৰে; যেনে, পাঁচ শ টকাৰ কমে এই কম নহয়, for less than , কমোৱা, কদ, স. (অং.. কমা, ডাক, তুলা পৰিষ্কাৰ কৰ, বালি ধুই সোণ উলিয়া, পানীত বনাই ফুৰ) তাকৰোৱা; আঙ্গু- লিৰে কপাহৰ আঁহ মুকলি কৰা; ধুই সোণ উলিওৱা; পানীৰ ওপৰত বনাই

  • lessening, cleaning, washing

for gold, sivimming the surface of the water.. কতি, ও, শ, (যাং. কমতি, কম, তাকৰ } তাল্পতা, কৰ হোৱা অৱস্থা; যেনে, কমতি পূৰাব লাগে, (leficiency. বি. কম, নূন; যেনে, পাঁচ টাকা কমতি হল, deficient, less. কতি পৰ, কম হ, টুটু, ঘাট, to he less, to be clelicient. কম্প, স, শ, (সং. কপ, অস্থিৰ হ) কপা, অস্থিৰ হোৱা, জোকাৰ খোৱ, tremliling, shaking. কম্পমান, বি. (সং, কশ, কঁপা + মান, কঁপা, অস্থিৰ, trembling, shaking কম্প, স. শ. (ইং. কম্পাচ) জোখ লোৱা যন্ত্ৰ, কুটনি; at pair of ১ ]its>!!s. দিদিৰ্শক যন্ত্ৰ, যি যৰ কাইটৰ এমু সদায় উত্তৰলৈ আনন? দক্ষিণলৈ থাকে, thie (vinjas. কোম্পানি, স, শ. ( ই. কোম্পানি, সমূহ) কোনো কাৰ্য্য কৰিবৰ নিমিত্তে লগ বন্ধু। মানুহৰ সমূহ, এশ সেনা, ('(im|xany. কম্পিং, কদ, বি. (সং.. কপ, অস্থিৰ হ )

    • , shaken, treinbliny,

কম্বল, স. শ. (সং, ক, আনন্দ + বল, শক্তিমন্ত হ) নোমৰ পাৰি বহা বা গত লোৱা এবিধ ৰেীয়া কাপোৰ, গঙ্গা (জাৰত সি বঙ্গ, লগাই এতেকে সেই নাম}; : blanket. কধু, স. শ. (সং, কল্প, গতি ক) শঙ্খ, a conch, a shiel. ককণ্ঠ, স. শ. (সং. কস্তু, শঙ্খ + কণ্ঠ, ডিঙ্গি। শঙ্খৰ পাকৰ নিচিনা আঁক থকা ডিঙ্গি (তেনে ডিঙ্গিক বৰ সুলশশৰ চিন বুলি মানুহে ভাবে), তেনে আঁক থকা ডিঙ্গিৰে Tate, a neck marked with thrco lines like s shell, supposed to be indicative of good fortune, a malt having such marks on his neck. . কমূবে, বি. ( যাৎ, কম, কৰ+বেচি, অধিক) তাকৰ বা অধিক, অলপ বা বহুত, more or less. , on