পৃষ্ঠা:হেমকোষ.pdf/১৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কত্ব ১৪৯ কথাবাহী ' নথকা; যেনে, কত দিন হল, low much or how many. কৰা,। ক্ৰি. বি. ( অং. ক, কোন্ ঠাইত কঁহু, + বা, অব্য, কোন্ ঠাইত বা, নিশ্চয় নজনা কোনো এঠাইত, at some unknown place. কত, ক্ৰি. বি. ( অং. ক, বৎ কোথ, কোন ঠাইত। কোন ঠাইত, Rt), where? কতিপয়ু, বি. ( সং.. কতি, কিছু কিছু কিছু মান; যেনে, কতিপয় দিন, stone, a few কতিয়াকতি, বি. (. কাতি, পোন নো- হে। এটাৰ ফাললৈ নটো হল; pf*rgía, slanting or leaning to- Waris one another, diagonal. কতিয়া-কতিকৈ, ক্ৰি. বি. এটাৰ ফাললৈ আনা কাতি কৰি; চুকিয়া-চুকিকৈ, indining inelukarus another, diagonally . কতীয়, বি. { অণ, কাতি, কাৰ্তিক) কাতি- Y** *01, boru or prouacul in Kviti. কীয়া, বি. { অং. কাতি, হলা) কাতি হোয়, 124, slanting, ollique. কতীয়াকৈ, ক্ৰি. বি. {অং. কতীয়া, হলনীয়া) হলনীয়াকৈ, এচুকৰ পৰা আন চুকলৈ, ca7Y07, in a slanting inanner, dingonally. কথা, স. শ. { সং. ৰুথ, সিজাই উলিওৱা ৰস) খৈৰকাঠ সিজাই উলিওৱা আঠা, catechu. কপ, স. শ. (সৎ, কথ, ক) কথাকওঁতা, বক্তৃতা-কৰোত, a speaker. কথকি, বি. (সং. কথা, বাক্য } অধিক কথা। কোৱা, বাক্‌পটু, tallative, speaking fluently or eloquently. 7. *. STTCF কথা কব জনা বা অধিক কথা কোৱা TER, one who speaks much, an orator. (স্ত্ৰী) কথকিনী বা কথকী। কথ, কদ, স, (সং, কথ, বাক্য উচ্চাৰণ ক) কথাকোৱা কাৰ্য, কোনো বিষয় 11 Pist Fely, the act of speaking a syceeli. . কখনীয়, বি. (সং. কথন) কব যোগ্য, speakable, fit to be spoken. কথন-মৰ্থন, স. শ. ( স. কখন+ অ, মথ, অনুব্ধ) কথোপকথন, আলাপ; যেনে, আমি কথন-মথন কবি থাকোতেই তেওঁ 541047 f, conversation. কথমপি, ক্ৰি. বি. (সং. কথং, কেনেকৈ + অপি, অব.) কোনো প্ৰকাৰে, যেনে- তেনেকৈ; যেনে, কমপি সাৰি আহিলো, দূৰেমূৰে; যেনে, ধানে কথমপি টিল, sq)]}elost; larely. কথা, য. শ. (সং.. কথ, বাক্য ক) বাক্য, শব্দ; যেনে, মুখৰ কথা; বিবৰণ; যেনে, তুমি যি দেখিছা তৰি কথা কো; বিষয়; যেনে, তুমি যি কথাত তেওঁক বেয়াপোৰ; কাৰ্য; যেনে, এটা কথা কৰ; ইতিহাস; যেনে, শ্ৰীকৰ কথ; আলাপ; সেনে, তেওঁৰে সৈতে কথা হৈছিলো; যথাৰ্থতা, 731, il word, a sentence, a scription, il subject, in act,!. story, conversation. কথা কি, আপোনাৰ পেট ভঙ্গি কথা কোৱাৰ ছালৰ লোকৰ পেটৰ কৰা that to ferret out another's secrets, it fact or trnts. কথা দি, বুধি শিকা, পৰামৰ্শ দিয়ে (471 5190 ), to aulrise, to instigate in a bal sense). কথা বন্ধুি, আৰি মাৰ; কোনো কাৰ্য্য কৰিবলৈ বা নকৰিবলৈ দুই বা অধিক Catcfcunt *, to bet, to wager, tcnter into an agreemcut, todo or not to do a certain thing. কথা হ, আলাপ কৰ; যেনে, তেওঁ সখিয়ে- কেৰে সৈতে কথা হৈছে, to converse. কথাবাহী, বি. { অং. কথ+ বাহ, ঘৰ } কথাৰ ভঁৰালী, কথাৰে চহকী, বহুত কথা কব পৰা; (স্ত্ৰী, পুং) যেনে, কথাবাহী মুনিহ, কথাবাহী ভিৰোতা, talkative.