পৃষ্ঠা:হেমকোষ.pdf/১৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কণামাকৰি ১৪৮ কণ, অলপ+অদ, খা} বৈশেষিক দৰ্শন fapary fac at, the name of thic sage wlo established tlic Taiserika school of philosoply. কণমানি, স. শ. (সং. কমল, কাণ-মলি) কাণৰ ভিতৰৰ মলি, ear-vax. কণামুচৰি, স. শ. এবিধ মাছ খোৱা চৰাই (পানীৰ তিত কণাৰ দৰে জুপুকা মাৰি থাকে, এতেকে সেই নাম ), a kind of Bird. কণামুণ, বি, (অং. কণা, অন্ধ + মুণা, অনুব্ধ বৰ আন্ধাৰ, very tark. কণাৰি, স. শ. { অং, কাণ, দৃতি + আৰ, ওলমা) নাও বান্ধিবলৈ ভাৰ আগ-টিঙ্গ দাতিত ওলমাই থোৱা নগৰ, তাৰ নিচিনা 7931, a noose for fastening a boat, & , &, কণিকলি, বি. (সং, কণ, ক্ষুদ্ৰ অং. কলি, ক্ষুদ্ৰ ওটি) ক্ষুদ্ৰ, নিচেই সৰু, very small. কণিকা, স. শ. (সং. কণিক, একণ—ক, ক্ষুদ্ৰ হ) ক্ষুদ্ৰ অংশ, সৰু ভাগ; পানীৰ সৰু টোপা; যেনে, “বৰিষে কণিকা মেঘে ওপৰত গাজে।” a small particle, a small drop of water. কণিকিয়া, } ৩. ধা অলপ-অলপকৈ বৰষুণ কণিয়া, } পৰ, বৰষুণৰ সৰু-সৰু টোপ পৰ; যেনে, বৰষুণ কণিয়াইছে, tv fall iu small drops, as rain. কণিবিহ, স. শ(সং. কণ, ক্ষুদ্ৰ + অ, বিহ, বিষ) এবিধ সামান্য বিহৰ গুটি; তাৰ 55, croton sced and its plaut. কণী, স. শ. (অং. কণ, সন্তান জন্মোৱা শক্তি, তাৰ কণ থাকে, এতেকে) অণ্ড, ডিমা; পুৰুষ-শক্তিৰ গুটি, an age, a testicle. কণী পৰ, ডিম্ব প্ৰসৱ কব, to lay eggs. কণী-ধান, স. শ. (অৎ, কণী +ধান) এবিধ ৰনৰ সৰু-সৰু কণীৰ নিচিনা গুটি; তাৰ গছ, a kind of smalt grain and its plant. কণী-লগ, বি. (অৎ, কণী, গণ্ড+লাগ, যুক্ত হ কণীযুক্ত, পৌত কণী প্ৰকা, ( মাহত খাটে); যেনে, কণী-লগা মাছ, big with spawn as a lishi, কঁপুৱা, স. শ. (অ. কাণ, শুনা ইন্দ্ৰিয়, কাণ- যুক্ত, অসমৰজাৰ দিনত শেন-চোৱা- বিলকে মাছ ছটিয়াই দি মাতিলেই দূৰতে সেই মাত শুনি উৰি আহিছিল, এতেকে ) এবিধ মাছ খোৱা চৰাই, a kind of birit. কন্ট, স. শ. (সং. কণ্টক, কাঁইট-~-কট ভেদন ক) কাইট; ভুল; মাছৰ হাড়; শ; যেনে, “দৈত্য-কুলে উপজিলি কুলৰ কন্টক।” শঙ্কৰ, a thi11, a fisu lxm, au chemy . কণ্ঠ, স. শ. { সং. কণ্ঠ, ডিঙ্গি--ক, শব্দ কৰু, তাৰ পৰা শব্দ ওলায়, এতেক) ছিৰি অগিৰ ভাগ, টেটু, tle throat. কৃগু, এনেও হয়। কণ্ঠস্থ, বি. (সং. কস্থকণ্ঠ, ডিঙ্গি স্থা, থা) ডিঙ্গিত পকা, ডিবি; মনে, কণ্ঠস্থ মণি; মুখস্থ, মুখে তাহা; যেনে, পাঠ কণ্ঠস্থ কবিৰা, attachel to this neek, got by leart. কণ্ঠাগত, বি. (সং. কুণ্ঠাগত, ভিত্ৈিল হাহ। কণ্ঠ, ডিঙ্গি + আগ, শহ) প্ৰাণ-য়ু, ডিঙ্গিলৈ অহা, মৰিব লগা হোৰ; সেনে, streeta, come to the throat as breath at the time of death, কন্ঠি, } . শ. (সং. কন্তিকা, মণি ) জৰীৰে কণ্ঠী, } গথ মুনিহে ডিঙ্গিত পিন্ধা মণি, a necklace worn by man. কমৌ, স. শ. (অং. ক, গুটিৰ চকু+ কষ্মেী, মৌ, মধু } বন-পিঠা, এবিধ গছৰ eft, a kind of fruit. কঁ, স্থা. স. কোন ঠাইত, where. কপা, স. শ. দৃঢ়কৈ কোৱা কথা, আদেশ বা উপদেশ; যেনে, নাৰদে দিল তিনি কতপ, নমানিব আক কোন নো ল। ” শঙ্কৰ, ( অপ্ৰচলিত ), a mand or advice (obs.). কতবা, বি. স. (অং. কত, কিমান + বা,. অব.) অধিক কিন্তু কিমান, তাৰ নিশ্চয় । com-