পৃষ্ঠা:হেমকোষ.pdf/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এৰা। এলাহ। এৰা গছ, তাৰ তেলে পেট-চলায়; এতেকে সেই নাম, the castor oil plant (palma cliristi). এবা, ক্ৰি. বি. হয়, স্বীকাৰ কৰা মাত; যেনে, এৰা, সেই কথা সঁচা, yes. এৰা, স. শ. {সং. এৰও, এবিধ গছ। এবিধ 95, the castor oil plant (palma Juristi). এৰা, তা, ধা. { তাই, এ, ত্যাগ ক; বং এড়ান, যুক্ত হোৱা) ৰান্ধ খাই বা লাগি থকাৰ পৰা পৃথক হ, মুকলি হ; যেনে, মাৱলীৰপৰা খুঁটা এবাল, বৰশীৰ পৰা মাছ এল; যুক্ত ই, সাৰ; যেনে, জগৰৰ পৰা water, to slip or fall off; to be free. এৰা পৰ, ত্যাগ কৰা হ; যেনে, মাটি potere e afaa, to be abandoned, to helisusel. এৰা-চই, , , {সং. আৰা, শব্দ + অ, চৰাই, পক্ষী) “চেঁ-চেঁ” শব্দ কৰা এবিধ 374 0917, a small birid. এৰা-পলৰীয়া, বি. (অং. এৰা, ত্যাগ কৰা +পলৰীয়া, পলাই যোৱা, এৰি পলাই যোৱ} বহু দিন এৰা হৈ থকা, মানুহ নথকা ( ঘৰত খাটে ), tleserted স. শ. বহু দিন এবি থোৱা ঘৰ বাড়ী, leserted premixes. এৰা-পা, স, শ.• এৰা গছৰ পাত; খাই এৰা উচ্ছিষ্ট থকা পাত বা পাত্ৰ, a leaf of the castor oil plant, a leaf or j>late containing refuso. এৰাল, স. শ. (অং, এ, ত্যাগ কৰ; ত্যাগ কৰাৰ নিচিনা হয় এতেকে) মুকলি-মূৰে চৰিবৰ কাৰণে গৰু-ছাগ বন্ধা দীঘল লেজু; যেনে, এৰাল ছিঙ্গি গৰু গল, a tether. এৰাল দি, মুকলি মূৰে চৰিবৰ কাৰণ বান্ধি দি; যেনে, ছাগ এৰাল দিছে, to tether. এৰালী, স, শ. (অ. বোধ হয়, এৰাল, ঐ } পথাৰ ব দ মাটিত হোৱা এবিধ ঘাহ, a species of grass growing in water. এৰী, স. শ. (অং. এৰা, এবিধ গছ। এবিধ এৰাপাত-খোৱা পলু, তাৰ সূতাৰে কাপোেৰ কৰা যায়; যেনে, এৰি-সূতা, এৰি- 712947, i spccics of silkworm wlicht . fecxlx on the leaves of the castor oil plaint. এৰীয়া, বি. (অং. এৰি, ঐ) এৰী-পলুৰ-পৰা হোৱা , { একে আকৃতি হেতু খোল- $179 41 tai, obtained from the tlove worm or from the shell Juga Cocoone left by the Moth. কৰা, গ. ধা. { অং. এ, ত্যাগ কৰ; এৰ, যুক্ত হ} ত্যাগ কৰা; গেলে, হলিক কানি এৰুৱাম, ৰামৰ জৰ এৰুৱালে; বান্ধ, জোৰা বা লাগি থকাৰ পৰা পৃথক কৰ; যেনে, খুটাৰ পৰা চতি এৰুৱালে, এৰালৰ "পৰা গৰু একৱালে; নাৰৰ লেপ এ- 172, tu culise to leave or abandon, to separate, to use to fall off. জুলাই-জাপৰী,। বি. (অ. এলাগী, অশুৱনী এলাই-জাবী, + জাপৰী, চুলি নেমে- লোৱ) গানতো। আৰু অশুৱনী (স্ত্ৰী), ugly and sloveuly (fem.). 7. *. অশুৱনী আৰু গ-নতে। তিৰোতা, : trollop, a slattem, এলাগি, বি. (অ. আন্+ লাগ, আৱশ্যক হ) অশুৰনি; যেনে, ঘৰটো এলাগি হল, uyly, unsightly এলাগী, বি. গিৰীয়েকে ভাল নোপোৰা, 1&, not likel by one's lushaud, superseded, ugly. 7. *. face ভাল নোপোৱ ভাৰ্যা, a sujetsetter! wife. এলাচি, স. . (. এল, এবিধ সুগন্ধি বস্তু) এবিধ দৰবত দিয়া সুগন্ধি গুটি, damon, এন্ধু, “আলাঞ্জু ” চোৱা। এলান্ধুৱা, “আন্ধুৱা ” চোৱা। এলা-পেচা, বি. (সং. অল্পসক, অলপ ধাতুৱা) সামান্য, ই, যেই সেই, sommoy, mean, low. এলাহ, “আহ” চোৱা। 1