পৃষ্ঠা:হেমকোষ.pdf/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩৪ ঐশ্বৰ্য্য এলেহুৱা, বি. সৰপা, বন কৰিবলৈ ইচ্ছা নকৰা, lazy. স. শ, সৰ মানুহ; যেনে, এলেহুৱাই একো কৰিব নোৱাৰে, a lazy person. এৱা, বি. দৈ নোহোৱা; কোমল, নতুন; এতেকে, পুনৰ বিয়া নোহোৱা; পাগ নিদিয়া, fresly, , hot arriving at puberty, not liardluued Isy waking. এৰা, স. শ. নাকৰ বিন্ধাত তেজ গোটখাই হোৱা এবিধ ৰোগ, a polypts in the nostril. এজীয়া, বি. (অ. ক + সঁজ, এবাৰ আহাৰ দিনৰ ভিতৰত এসাজ এৰি এজ খোৱা; যেনে এসঞ্জীয়া ভাত, এসঁলৈ ইটা; এইটো ছাগ এজীয়া CETE, caten only once a day, sul- ficient for one meal. এষা, স. শ. (অ. আষি, কলৰ থোপা } কলৰ পোকত থকা গোপ, a lilhel1 of plantains. এহভীয়, বি. (ত, এক+ হাত, ধবা অঙ্গ } এটা হাত-খক; এটা হাতেৰে কৰা; এহাতৰ সমান দীঘল, laying one hand, done with one hand, measuring one cubit. এহি, বি. স. (হি. ৰহি, এই) এই, (পাত); this. এহে, ভা, অ. (, আহা, আনন্দ বুজোৱা মাত) আল-প্ৰকাশ বা স্বৰ পূৰ কৰিবলৈ গীতৰ পালীয়ে গোৱা ফাকিত লগোৱা মত; যেনে, কৃষ্ণ, ৰাম, নাৰায়ণ-এহে! a particle added to a chorus of a song. এহে, স্থা, স. {স. এত, এই) এই, ওচৰৰ free, at the place next to this. এহে, স্থা, স, এই, ওচৰৰ ঠাইৰ, of the place next to this. এহে পৰা, স্থা, স, এই ওটৰৰ ঠাইৰ পৰা, এই ফালৰ পৰা, from this direction, এহেলৈ, স্থা. স. এই ফাললৈ। ইয়াৰ ওচৰলৈ, bither, ঐ, বৰ্ণমালাৰ দ্বাদশ আখৰ, the tivelfth letter of the alphabet. ঐ, স, কাব্য, সামান্ত মানুহক মতা মাত, a particle used in aduressing a com- mon person. ঐ, বি. স. { ব’. ঐ, ওপৰত কোৱা সেই, আগেয়ে কোৱা, dit ta), tle same. ঐ-আই, ভা, অ. grel Tiate, in excla- mation used to express pity. ঐক্য, গু. শ. (সং. এক + স, প্ৰত্যয় ) একতা, মিল; যেনে, সিহঁতৰ ঐকা নাই, union, unity. ঐন্দ্ৰজালি, বি. (সং. ইন্দ্ৰজাল, ভেলেকী } ভেলেকী লগো, মায়াযুক্ত, magical, illusty. স. শ. ভেলেকী বিদ্যা জুনা atas, a juggler. ঐয়া হৈয়া, বি. { ঐয়, অনু + হৈয়া, কীয়া) এটাই এফাললৈ, আনটোৱে আন ফাললৈ টনা, অমিল; যেনে, ঐয়া- SOY **1, mutually, discolaut. স. শ. বিবোধা-বিৰোধি, দল, misualr- standing, alisagreement. ঐৰাৰ স. শ. (সং. ঐৰাৱত-ইবা, পানী +ৰত, যু, পানীযুক্ত; সাগৰ) সাগৰৰ পৰা উৎপন্ন, ইন্দ্ৰৰ বাহন হাতী, tle clephant of India. ঐশান্ত, স. শ. (সং. ঐশান্থ – ঈশান, শিৱ, অধিকাৰ এতেকে) উত্তৰ-পূৰ্ব, পূব আৰু উত্তৰৰ চুক, the north-tst exorter, ঐশিক, বি. (সং. ঐশিক ----ঈশ, ঈশ্বৰ) ঈশ্বৰৰ সম্বন্ধীয়; যেনে, ঐশিক শক্তি, divine. ঐশ্বৰিক, বি. (সং. ঐশ্বৰিক—ঈশ্বৰ, ঈশ) ঈশ্বৰ-সম্বন্ধীয়, ঈশ্বৰৰ, divine. ঐশ্বৰ্য, গু. শ. (সৎ, ঐশ্বৰ্য--ঈশ্বৰ, সৃষ্টি- কৰ্তা, গৰাকী) ঈশ্বৰব গুণ, শক্তি বা মহিমা; এতেকে বিভূতি, বিপুল ধন- সম্পক্তি, divinity, the divine power, &c., great wealth fagfe' stoti