পৃষ্ঠা:হেমকোষ.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আকীয়া আমন্ জিম I'lason, আকীয়া, “অভকতীয়া” চোৱা। আভজ, বি. (অ, আ, ন+ভজ, গঢ় ) আজা, আগঢ়ী, কুৰূপ, ugly. আভজুৱা, বি. (অ, আ, ন+ভজ, মিহলি ) ভজ-নথকা, মিহলি-নখকা, pure, not alloyed. আভৰ, কদ, স. (সং. অ, উপস.+ভৃজ, পূৰ ক) অলঙ্কাৰ, ভূষণ, an ornament. আভা, স, শ. (সং. আ, উপস. + ভা, প্ৰকাশ কৰ) দীপ্তি, কান্তি, পোহৰ, light. আভা, স. শ. (সং. অ, উপস. + ভাষ, দীপ্তিকৰ অনুৰূপ, এটাবস্তু যেনে, তেনেকৈ কৰা আন এটা বস্তু; ছায়া; যেনে, যিৰূপে পূজা কৰিব লাগে, সেই ৰূপে কৰিব নোৱাৰি, আভাস মাখোন কৰা হৈছে, a semblance, a slipu, a shailoy, . আভাস-কল্পনা, স. শ. { সং. আভাস, ঐ + কল্পনা, অনুৰূপ-কল্পনা, এটা বস্তুক আন এটা বুলি ভব; যেনে, পূজাৰ আভাস-কল্পনা কৰা হৈছে, tking a show of something. আসুকীয়া, বি. (অ, আ, ন+ভুকীয়া, ক্ষুধিত) ভোক-নলগা, ক্ষুধা হীন, having no appetite. আভুৱা, বি- (অ, আ, ন+ভূ, বুজ প) বুজ নোপোৱা, তু নোপেৰ, নজনা, acquainted. আভুৱা ভাৰু, এপাহ মাৰ, বেয়া বস্তু দি বা বেয়াকৈ কাম কৰি ভাওনা কৰ; যেনে, কণা হক পতন দি আভুৱা ভাবে, ৫০ cleat by giving a bad thing as good or badly doing a work. আভোক, স. শ. (অ, আ, ন + তোক, খাবৰ ইচ্ছা) তোকৰ অভাৱ, খবৰ Syftet, want of appetite. আদয়িক, স. শ. (সং. অ্যুদয়, সুখ সম্পত্তি বিয়া আদি আনন্দৰ কাৰ্যৰ আগেয়ে কৰা শৰাধ, নান্দীমুখ, an offer ing to ancestors on the ocrasion of rejoicing, “নান্দীমুখ”চোৱা। আ, স, শ. {সং, আভ, এবিধ সোদ ফল) এবিধ সকলোৱে জনা গুটি, আৰু তাৰ গছ, the mango, আম, বি. (সং. অমু, সৰিয়া হ) কেঁচা; falfitat, unripe, unboiled, 4. *. অজীৰ্ণ, সাওঁ, unhealthy and slimy excretions. আমঠ, বি. (সং. অমত, সন্মত নোহোৱা) হিত-কথা নুশুনা, আপোন ইচ্ছাৰ দৰে চলা, বুজনি-নোলোৱা, obstinate, self- willed, uot amenable to স. শ. বুজনি-নোলোৱা মানুহ, ইচ্ছা মতে 691 tiae, an obstinate person. আমঠু, স. শ. (অং. আম, এবিধ ফল) আমৰ ডিলাৰ ভিতৰৰ শাহ, জন্তুৰ বুকত থকা কলা-ডিল, কলিজা, the lernet inside the stone of a mango frit, the heart. আমতা, স. শ. পক। আমৰ চলি শুকোৱা 7, dried puks of a mango. আমনা, স, শ, বং. আমিন, শৰত আমনাধা, কালত পকা ধান। এবিধ

            • 7, a species of paddy.

আমনি, স. শ. { অং. আ এবিধ, ফল) আমবাৰী, অধিক আম গাছ থকা ঠাই, a mango mye. আমনি, স. শ. (অং. অ, ন+ মন, ইচ্ছা) কোনো কাৰ্য ঘনে ঘনে বা বহুক্ষণ কৰাৰ কাৰণে আৰু কৰিবৰ অনিচ্ছা, ভাগৰ; যেনে, লেখোতে লেখোতে আমনি লাগিল; বেয়া পোৰ। কায্য কৰি জন্মোৱা fazfe, disgust arising from repe- tition or continuation of the same thing, vexation, teasing. আমনিক, বিৰক্তি জন্মা, দি কৰ, to vex, to trouble. আমনিয়া, স. বা. আমনি লগা, ভাগৰ লগা, to clisgust by repetition or con- tinuation, to make tired of. আম জিম, বি. (অ, আ, ন+ মন, মতি + জিমন, অনুষ্ণ) মন-মৰা, বিমৰ্ষ, 11])-