পৃষ্ঠা:হেমকোষ.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আফিং। আবোধ। থেকেচা মা, আছাৰ-মাৰ; যযমে, শিলত আফালিলেও নেগে, to dash, to throw or strike violently, আফিৎ, স. শ, (সং. অহিফেন, সাপৰ মুখৰ লাল; যা, আফিউন, আফুৰ আঠা) কাপোৰত নলগোৱাকৈ ৰখ আৰ আঠা, opium. আ, স, শ. ( যা, আফিউন, হিং. আফু, আফি?) আফিং বা কানিৰ গছ; তাৰ গুটিৰ চোপ, tle poppy, its sced vessel. আফুগুটীয়া, বি. আফুৰ গুটিৰ দৰে স্কুল, small as a poppy seed. আকুট, বি, “অফুট” চোৱা। আফুটনি, স, শ, (অ, আ, ন+ফুট, শব্দ কৰি, ভাগ; নখেৰে টিপিলে নুফুটে, এতেকে) লেখি ওকণীৰ চোকোৰা, the shell of a mnt. ফুটা, বি. (অ, আ, নকুট, ভাগ) মুফুটা, formy aperti, impierted, not borcd. আতৰ, স. শ. (অ, আ, ন+বতৰ, উচিত সময়। খেতিৰ নিমিত্তে অনুপযুক্ত সময়, কোনো বস্তু উৎপন্ন হোৱা কালকৈ আন সময়, অসময়, not tle projer season; miscasonalle weather. আৰতৰীয়া, বি. অনুপযুক্ত সময়ত হোৱা, অসময় out of season, , untimely. আবদ্ধ, বি. (সং. আ, উপস.+বধু, বান্ধ) বন্ধ, আটক কৰা, tied, confined, restrained, not free. আবৰুৱা, বি. ( অ, আ, ন+ব, কৰ্ম) কামত নিযুক্ত নোহোৱা, কাম নকৰা, dniny no work, having no work. আৰ, স. বা. (সং. আবৰণ, টানী ঢাক, বেষ্টন কৰু, to cover, to surround. আবৰ, স. শ. (অ, আ, ন+বৰু, মিলি থা) আহম ৰজাৰ বশ নোহোৱা এজাতি পৰ্বতীয়া মানুহ, it very ride hil}- tribe in Assam, who did not acknowledge allegiance to tho Ahom kings, বি. কানো বশ নোহোৰ, আপোন মতে চল, self-willed, rule. আবি-বিবৰি, স. শঅৰ্থ নথকা কথা, নৰিয়াত অজ্ঞান হোৱা বা বলিয়া মানুহে কোৱা কথা, প্ৰলাপ, incoherent speech, raving. আবৰী। বি. (আ, নবব, মিল হ) মিল আবৰ নোহোৱা, সৈমান নোহোৱা, কাৰৰ কথা নুশুনা, আমঠু, rude, not amcnable to reason, obstinate. আবল্য, স, শ, (সং. আৱল্য, দুৰ্বলতা। লেঠা, কামৰ বাহুল্য; যেনে, মোৰ আৰল্য 061ats, press of work, &c. আবিয়ৈ, বি. (অ, আ, নোহোৱা+বিয়া, বিবাহ বিয়া-নকুৰ; যেনে, আবিয়ৈ ছোৱালী; বিবাহৰ দ্বাৰা গা শুচি কৰাৰ আগেয়েই ছিৰোতা বা মুনিহ বখা; যেনে, আবিয়ৈ মানুহ অশুচি, (স্ত্ৰী, পু)। enmarrierł; having lrael sexual intercourse before the performance of the marriage ccremony, 7. *t. বিয়া নোহোৱা মত বা তিৰোতা; যেনে, আবিয়ৈৰ বিয়া; বিয়া কৰাৰ আগেয়েই তিৰোৰখা মত বা মতা-ৰখা ভিৰোতা, une having haul sexual intercourse before marriage. আবী, স. শ. (হিং. আবীৰ ফাকু, ফাকুৱাত segatapiery, a red powder sprin- kled in time of the holi festival. আৰুব, স. শ. (হিং, অ) গোপন, কোনো কথা বা কাৰ্য্য লোকে নজনা বা নেদেখা কৈ থকাৰ নিমিত্তে তৰ যি মান থাকে, সেই মান; যেনে, আবুব ভাগিলে কথা Tu ky, privacy, secrecy. আবেলি, স. শ. ( অ, আ, ন+বেলি, সময়, অসময়) বিয়লি, ভাটি-বেলা, তিনি পৰী-? মাৰ পাচ বেলা, the afternoon from about 3 o'clock. আবোধ, স, শ, (সং. অবোধ, নজমা) দশ ডাঙ্গৰ নোহোৱা ছোৱালী, অকুমাৰী, a virgin. .