পৃষ্ঠা:হেমকোষ.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আচ্ছাদ। ৭৪ সাজান আচ্ছদ স. শ. (সং. আচ্ছাদক—আ, উপস, ছ, ঢাকৃ} ঢাক্টোতা; ঢাকনী, something which covers, আচ্ছাদন, কৃদ. স. ঢাকনী, যি বস্তুৰ দ্বাৰা ঢাকা যায়; কাপোৰ, a covering, a cloth. আচ্ছাদিত, কৃদ বি. আবৃত, ঢাকা, covered. আছ, অ. বা. (সং. অস্, অন্তি, থাক্ ) বৰ্তমান হ, থাক্‌ (এই ধাতু মুঠে স্বৰূপ বৰ্তমান আৰু নিত্য ভূতত মাথোন 173 ), to be, to exist. আছাৰু, স. শ. (ব. আছাড়, নিক্ষেপ ) এছাৰ, থেকেচা, বলেৰে দূৰৈলৈ পেলোৰা, the dashing or throwing off, 4. ধা- নিক্ষেপ কৰ, বলেৰে মাৰি পঠা, to throw, to cast off. আছাৰ মাৰু, বলেৰে দূৰৈলৈ পেল, to throw off. আহাৰ খা, ভৰি পিছলি পৰ, to slip and fall. আছাৰি, “এছাৰি চোৱা। আছাৰে কণি, স.শ. আছাৰ খাই অহা বৰষুণৰ maila fett, a driving rain. আছুতীয়া, বি. (অ, আ, ন, + ছছ, স্পৰ্শ কৰ) নোছোৱাকৈ অৰ্থাৎ মুঠেই ব্যৱহাৰ নক- ৰাকৈ, সঁচি থোৱা; এতেকে নিচেই নতুন হৈ থকা, laid up untoucked, remain- ing quite fresh. আছুতীয়াকৈ। ক্ৰি. বি. নিচেই ব্যৱহাৰ নকৰাকৈ; যেনে, আছুতে ৰখা বস্তু ভালে থাকে, without being touched or used. আমোক, } ক্ৰি, বি. { অং. আছোক, আছোকৃ-ছাৰি, থাকোক + ছাৰি, এৰি; কাক এৰি) থাকোক ছাৰি, থাকোক পৰি; যেনে, মোক দিয়া আমোক- ছাৰি, মোৰে নাই, far from, instead of, (বৰ চলি নাই), আ, বি. (স অ, অং. আজলা, হা) cetat, simple, artless. আনি, স. শ. (সং, অজমোগা, হিং, আলো- বাইন, এবিধ গুটি) এবি তামোলৰ লগত খোৱ সুগন্ধি গুটি, a kind of seed (Ligusticum ajwan). আজন্ম, ক্ৰি. বি. (সং. আজন্ম—আ, অবধি +জন্ম, ওপজা) উপজিবৰ পৰা, অ- af, ever since the birth. আব্দৰ, স. শ. (অং. অ, নজ, তাপ উঠা নৰিয়া) জৰৰ অভাৱ, জৰ নথকা অৱস্থা; যেনে, অমুকে আজৰ জৰ মাতিছে; জৰ নথকা মানুহ; যেনে, আৰক ৰায়; absence of fever, one having no fever, আজৰা, স, ধ. {ব. আজড়ান, শুদা ক) শুদা কৰ, শূন্থ কৰ; যেনে, বাটিটো আজৰা, to empty. আজৰি, স. শ. { অ, আজৰা, শূন্য কৰ; ব’ আজাড়) আৱকাশ, বন নথকা সময়; যেনে, মোৰ আজৰি নাই, leisure বি. শূন্য, শুদা, উদং; যেনে, ঘৰটো আজৰি কৰা; বন বা কাম নধকা; তেওঁ কাম afa starfa cecg, empty, unoccupied with business. আজৰীয়া, বি. আজৰি থকা, বন নথকা, having leisure, not having any- thing to do. আজলা, বি. (অং. আ, ন+ জনা, বুজপোৱা) একো নজনা, হোজা, মূঢ়, ignorant, simple, foolish, স. শ. একো নজনা বা হোজা মানুহ, a simpleton, (স্ত্ৰী) আজলী। আজলালি, শু. শ, আজলাৰ গুণ বা স্বভাৱ, আজলাৰ নিচিনা আচৰণ, ignorance, simplicity feigned or real. আজমঠ, বি. (অ, আজলা, মূৰ্ধ+মঠ, ভাৱ) জানিও নজনাৰ ভাৱ ধৰা, feigning simplicity or ignorance. আজলমঠালি, গু. শ. জানিও নজনা মানুহৰ নিচিনাকৈ কৰা আচৰণ, feigned igno- rance, shamed, simplicity. আজান, স. শ. (অ, আ, ন+জান, বুজ পা) এবিধ মাছ খোৱা চৰাই, a species of wading bird, বিং. নজনা; মুখ, ignorant, stupid.