পৃষ্ঠা:হেমকোষ.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আজানুলম্বিত ৭৫ আটস্তিয়াৰ, আজানুলম্বিত, বি. (স’ আজা, আই- লৈকে+লম্বিত, ওলম) আঁটুলৈকে ওলমা, hanging down to the knee. আজা, স. শ. (অ, আ, ন+ জৰা, বুঢ়া বয়স) সৰায় ডেকা হৈ থকা অৰ্থাৎ পাত নসৰা এবিধ গছ, a species of evergreen tree (Lagerstroemia Reginæ). আজাৰ, স. শ. (হিং. আজাৰ, পীড়া)বেদনা, পড়া, ৰগৰ পৰা হোৱা দুঃখ; যেনে, চকুৰ আজাৰ গুচা নাই, pain. আজি, কা, সৰ্ব. ক্ৰি. বি. (সং, অদ্য) সম্প্ৰতি হৈ থকা দিন, এই দিন, to-clay. আজিয়েই, ক্ৰি. বি. আজিৰ দিনতে, ) this very day. আজি-কালি, ক. সৰ্ব. ক্ৰি. বি. (সং. অদ্য +কল্য) এই কাল, বৰ্তমানকাল, present time. আজিনাই, স. শ. {বং আঞ্জিনে, চকুত হোৱা ফেঁাহা) চকুৰ পিৰিকটিত হোৱা সৰু ফোহা, a sty ou the eyelid. আজো, উপ. ই সম্বন্ধ বুজোৱা শব্দৰ আগত থাকে, ওপৰে বা তলে তৃতীয় পুৰুষৰ লোক জনক বুজায়, আৰু সেই শব্দৰ এক অংশ হয়; যেনে, আজে-ককা (ককাৰ বা- পেক) আজো-নাতি (নাতিৰ পুতেক) আজো-বুঢ়ী আই, (আজো ককাৰ ঘৈণী- ATT ), a particle prefixed to a word signifyingo relationship and means "the great" etc. আজো। বিং. (অ, আ, ন+জোখ, পৰি- মাণ) বিজোখ হোৱা, ঠিক পৰি- মাণতকৈ কম বা অধিক, সকলো ভাগ সমান নোহোৱা, disproportionate. আজোখাকৈ, ক্ৰি. বি. জোখ নোহোৱাকৈ, disproportionately. . আল্ল, স. শ. (সং. আ আ, উপস,+ জা, জান্) ভাঙ্গৰে সৰুক কাৰ্য্য কৰিবলৈ কোৱা কাৰ্য্য, আদেশ, an ordel, a command. আকাৰ, স. শ. (আজ্ঞা, ঐ+কাৰক, কৰোতা) আ দিওঁ, a commander. , বি. আজ্ঞাৰ দৰে কাম কৰা, আজ্ঞাৰ অধীন, obedient. আজ-পত্ৰ, {সং, আ, আদেশ + পত্ৰ, কাকত) লিখি দিয়া আদেশ, আজ্ঞা লিখা কাকত, a written order, আজ্ঞাবহ, বি. (সং. আ + বহু, বহু কৰা) আৰ তলৰ, অধীন, obedient. আঞ্জা, স. শ. ( স. ব্যঞ্জন) ভাতৰ লগত খাবৰ নিমিত্তে ৰন্ধা মঙ্গহ, মাছ, শাক, ইত্যাদি, দিহ, a culty of any kind, a pottage. . আটু, স, ধা. { অং, আঠা) টান কৰ, টানি 19, to tigliten, to draw the string tight in binuling, বি. টা, (অচলিত) tightened. আটু খা, ঢিলা গুচি টান হ; কামোৰ খাই ধৰ, well-to-do. আট ধৰ, চেপিধৰ, আটু খা, টান হ, to hold tiyhtly, to bold fast, to adhere. আট মাৰ, গোট মাৰ, টান হ, to thicken, to coagulate. আটক্, স. শ. (ব. আটক, বাধা বাধা; যেনে, ধুমুহা হলে নাও বুৰাৰ বা বুৰাত . আটক নাই; অভাৱ, অপ্ৰতুল; যেনে, নৈত পানীৰ আটক নাই, hindovance, olstacle, স. . আবদ্ধ কৰু, বন্ধ কৰি ৰাখ; যেনে, সি যাব খুজিলে কোনে আটকিব? to restrain, to check. আটক্ ক, আবদ্ধ কৰ, যাৰ নিদি ৰাখ, to restrain, to confine, আটকীয়া, বি. দুষ্প্ৰাপ্য, দুৰ্লভ, পাবলৈ টান; যেনে, আটকীয় বস্তু; বস্তু পাবলৈ নোহোৱা, ঠাই বা সময়ত খাটে; যেনে, আটকীয়া ঠাই, আটকীয়া সময়, scarce, marked by scarcity, as a time or place. আটক্‌-ধুনীয়া, বি. (অ. আটক + ধুন, সাজ) qata $997), foppish, spruce. আটস্তিয়াৰ, বি. (অং. আঁটু, জোৰ) চহকী, যাৰ সকলো বস্তু আটা কৈ আছে well-la-di, rich. 1