পৃষ্ঠা:হৃদয়ৰ অৰণ্যত.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উদৰ সৰ্ব্বস্ব আমি
জীৱনক গোগ্ৰাসে গিলিম যেন;
মানুহৰ মৃত চাৰু চেতনাৰ নিৰ্ম্মম স্বাক্ষৰ
এই অভিশপ্ত কাছাৰী বজাৰ।

১৯৭৩ চন

॥হৃদয়ৰ অৰণ্যত॥৩১