পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওজা

কেইদিন মানৰ পিছত ইকান সিকান কৰি কথাটো প্ৰচাৰ

হ'ল। ডাইনাপালীঃ ধুনীয়া ল'ৰা দেখা পাই একো নোসোধাকৈ ছোৱালীজনীক দিয়া উচিত হোৱা নাই। ওজা : ল’ৰাটো বোলে মুৰ্খ। পঢ়া-শুনা একো নাই ৷ ডাইনাপালী : ছি ছি মাক বাপেকে ছোৱালীজনীৰ মহাপাপ ল'লে । ল’ৰাৰ ঠগ দেখি চব ভুল গ'ল। ওজা

ডাইনাপালীঃ অপীটো ভালত পৰা দেখা পাই জ্বলি পুৰি মৈৰবা ধৈৰচি। মোৰ বাপ্পাই এমান হিংসা। ঃ বাই আছা। ডাইনাপালী : আচুৰবা নাথকি কোত মৈৰবা। এখান গাউত নাথকু নাথকু লাইগছি। ওজা 8 অ বাই কিবা শুইনলু দুখু। ডাইনাপালী : তুহুননু কি নুহনা। ভাল চলিত আপিতু পৰিলটো কাইয়ো সহ্য কৈৰবা পাৰা নাই। নাপে পৰৰ ভাল দেখিলে এনকে জ্বলি পুৰি মৈৰবা নালগে। ভগবানে সহ্য নকৰে। ওজা ঃ মই কথাটো সুধিবই পোৱা নাই। ডাইনাপালী : খুইৰাক আজি জ মোৰ মনতো আজি বৰ বৈয়া। বৈয়া পাইছ যদি, যাও দে। ওজা

ডাইনাপালীঃ চলিট দেখা পাই বাইপাকে গতাই পাৰহিএ মেলীঘৰ নাচালাক, দুৱাৰ নাচালাক, আপীটুক দেউ বুলি ঘপকে কলাক। ইতা সকলে দুখ কৰে চলিতু মুৰ্খ বুলি। আহক বাপে নেটা খাবা আইভাৰ দিনা চলিক পৰীক্ষা কৰিম। হাহিৰ টোপোলা- ৮৯