পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভেদোখুৰা ওজা ও বাপা মানিক। অহা মাহত বিয়াখন পাতিবই লাগিব।। মই এটা ছোৱালীৰ খবৰ পাইছো তই ছোৱালীটু চাই আইভা লাগে। ডাইনাপালি : মাই কথাটু ঠিকেই কৈছা। কৈনা চাবা যাবা লাগিলি ভাল কাপ্পুৰ লাইগবো, জতা লাইগবো, ঘড়ী, চচমা চোব লাইগবো। I ওজা

লাইগবো ৰ এটা কাম নকৰা কিয়া। মাষ্টৰৰ পুতেক

অতুলৰ পে আক দিনৰ কাৰণে কৈ নানা কিয়া। দেতে আনিম দে। ডাইনাপালি : ওজা

অতুলৰ পৰা পেন্ট, চার্ট, ঘড়ী, চচমা, জুতা সকলোখিনি আনি মানিকে সাজি কাচি ছোৱালী চাবলৈ গ'ল। নমস্কাৰ। ডাইনাপালীঃ ওজা

বহক বহক। মানিকক বহিব দি ছোৱালীৰ দেউতাক

ঘৰৰ ভিতৰলৈ গৈ সকলোকে ক’লে -ল’ৰাক কোনেও | একো প্রশ্ন নকৰিবি। এনেকুৱা ল’ৰা পাবলৈ নাই। দেখাত কেনে বিদ্যান বা কিমান? ডাইনাপালী : ওজা

ধুনীয়া ল’ৰা, বিদ্যানো বি. এ. পাচে হবা লাগে। চাহ পানী দিব লাগে। পাৰিলে বিয়া অহা মাহত পাতিবই লাগে। এনে ল’ৰা পাবলৈ নাই। ডাইনাপালী ঃ ল’ৰাৰ বিষয়ে কোনেও একো নুশুধিলে। যথা সময়ত ধুম ধামেৰে মানিকৰ বিয়া হৈ গ'ল ৷ হাহিৰ টোপোলা- ৮৮