পৃষ্ঠা:হাহিৰ টোপোলা.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওজা

তেনেহলে আপোনাৰ গাত

ডাইনাপালী : মই বৰ দুখীয়া মানুহ মহাৰাজ। আমাৰ ঘৰত কাপোৰ নাছিল। বামনেনী আকঘৰৰ পে আখান গামোচা আনি দিছিল। ওজা

গামোছাখন কি হ’ল। ডাইনাপালী : ওজা

নদীত পানী খাবা ধৰাতে পানীত পৰি ভাহি গেল। পানী বৰ দৰ আছিল বোধয়? আকাঠুমান আছিল পানী? ডাইনাপালীঃ ওজা

একাঠু পানীৰ পৰা আপুনি গামোচাখন আনিব

নোৱাৰিলে, আপুনি কেনে ব্ৰাহ্মণ হে। লওক এই দহটোলা সোণ দিলো। লৈ যাওক। ইও এক সিও এক। সোণা লৈ বামুনে ঘৰক গেল। দুৰৰ পৰা বামনেনীক মাইতছি ঐ বামনেনী হ এই দহতোলা সোণ দিছি। ডাইনাপালী : ওজা

বাহ দলতোলা সোণ, আমাৰ ৰজা বৰ ভাল। মাজে

মাজে... ডাইনাপালী ঃ ঐ মই খাবা নাপে মৰি যাম, আৰ ৰজাৰ তাকে কুনু দিন নাযাও। ওজা

কিয়, কি হ’ল, বাৰু গামোচাখন ক’ত?

ডাইনাপালীঃ তাকে কওতে ৰজাই গালি দিছি। ওজা

কি গালি দিলে, কিয় গালি দিলে? ডাইনাপালীঃ ৰজাই কৈছি তিনিখন কাপোৰ নহলে ব্ৰাহ্মণ মানুহে খোজ কাঢ়িব নাপাই। ওজা

. মইতো আপোনাক গামোচা এখন আনি দিছিলো।

হাহিৰ টোপোলা- ১৭