পৃষ্ঠা:হাহিৰ টোপোলা.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পিছে মোৰটো তিনিখন কাপোৰ নাই। ডাইনাপালী : ওজা ৰব মই ববীতাৰ মাকৰ তাৰপে আখান গামচা আনি দেউ

গামোচা এখন আনি দিলে, ব্ৰাহ্মণে পিন্ধা ধুটিখন,

লগুণডাল আৰু গামোচাখন মুঠ তিনিখন কাপোৰ কৰি ৰজাৰ ঘৰলৈ গ'ল। ডাইনাপালীঃ ইতিমধ্যে বামুনে ভাবিলে ৰাস্তাই দি ঘুৰি গেলি বহু পলম হৈ যাব মই পথাৰেদি চিধাকে যৱে ভাল। ওজা

বামুনে যায় যায় এটা নদী পালে। ইফালে ব্ৰাহ্মণৰ বৰ

পিয়াহ লাগিছে। ডাইনাপালী : বামুনে নদীত নামি প্ৰথমে হাত-ভৰি ধুই ললাক৷ পানী খাও বুলি আক আজলি পানী মুখক লাগি নেতে ওজা : ব্ৰাহ্মণৰ কান্ধৰ গামোচাখন পানীত পৰি গ'ল। ডাইনাপালীঃ পানীৰ ধাৰে গামোচাখন ভাহে নিলাক। বামুনে চাই ৰ’ল। হাও গামোচাখন গেল। ওজা

ডাইনাপালী : দুখে বেজাৰে ব্ৰাহ্মণ ৰজাৰ ঘৰ পালে। মহাৰাজৰ জয় হক। ওজা 8 কৰ পৰা আহিল আপুনি। ডাইনাপালীঃ মই বামুন পাৰাৰ পৰা আইছু। ওজা

আপুনি ব্ৰাহ্মণ নেকি? ডাইনাপালীঃ হয় মহাৰাজ। ওজা

আমি শুনিছো ব্ৰাহ্মণ মানুহৰ গাত তিনিখন কাপোৰ

নহলে বোলে খোজ কাঢ়িব নেপাই। ডাইনাপালীঃ হয় মহাৰাজ। হাহিৰ টোপোলা- ১৬