পৃষ্ঠা:হাহিৰ টোপোলা.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হা। সময় সুবিধাৰ বাবে হ’ব পাৰে।

      • ** ***

মাকৰ টাং ওজা পোলস্ত মুনি যজ্ঞৰ চিঠিখনি লৈ ঘৰলৈ গ'ল, চিঠিখনি মাটিত নমাই ঠৈ। ডাইনাপালীঃ মুনি আতলোক লাগি উঠি গেল। মাকৰ টাং টু নামে আইনলাক, চিঠিখন ভৰে ললাক। ওজা

কি নামে আইনলাক, কৰ পৰা আনিলাক

ডাইনাপালী: মাকৰ টাং ওজা

কি মাকৰ টাং হা ডাইনাপালীঃ তুমি মাকৰ টাং নাজান৷ তেনেহ'লে মই তুমাক এটা কথা সুইধবা লাইগবো। আটচা ওজা তুহাৰ মাৱেৰ বিয়া হৈছিনা? ওজা

এই ভদ্ৰ সমাজৰ মাজত কি কথা সুধিব আহিছা তুমি।

মোৰ মাৰ বিয়া নহোৱাকে মোৰ জন্ম হ’ল কেনেকৈ? কথাতু হৈ হা। পাচে ওজা যদি মায়েৰ বিয়া হৈছি, মাইমেথেৰ অৱস্থা ভাল নাছিল নেকি? ডাইনাপালীঃ ওজা

তেনেকুৱা বেয়া নহয়, মধ্যম

ডাইনাপালীঃ বাৰু ওজা তেনেহলি মায়েক বিয়া দিয়াতে কাপোৰ কানি থবা লগত আকৌ দেনাই? হাহিৰ টোপোলা- ১৩ ওজা