পৃষ্ঠা:হাহিৰ টোপোলা.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওজা

দিছিল এটা ট্ৰাঙ্ক।

ডাইনাপালী : সেইতু নতুনকৈ টাৰাং। পূৰণ হৈ ৰং তু উঠি গেলি ৰঙৰ লগে লগে ৰকাৰ ডাল গুছি যায়, টাৰাং গুচি টাং হৱে। মাৱেৰ টাং বহোথেৰ টাং। $ ওজা

ট্ৰাংটো ক’ৰ পৰা নমাই আনিলে। ডাইনাপালীঃ আতালৰ পৰা ওজা ঃ মই বুজা নাই। ডাইনাপালী : পূৰণ মাত কথা ক’ত বুইজবা, নতুনৰ কথা কলি বুইজবা। আতল মানে চিলঙৰপে নামে আইনলাক। ওজা ডাইনাপালীঃ মেঘালয় চিলং আগত যি অসমৰ ৰাজধানী আছিল। বাইপেৰ মুৰা সেই চিলং। ঘৰৰ মইজাৰ ওপৰোত বস্তু তুলি থৱে যি হা। ওজা

ঐ ভোদা তাকে চিলং নকয়। চিলিং বুলি ক’ব লাগে।
      • *** ***

নাক দীঘল তিৰী ওজা

কি চাইছহা ডাইনাপালী

ডাইনাপালীঃ বুঢ়ীতুক চাইচু ৰবা, বাহ নাকতু ইমান দীঘল, বঢ়ীতুক বিয়া কৰা বুৰাতু বৰ ভাগ্যবান দে। ওজা

নাক দীঘল হ’ল কি হ’ল।

ডাইনাপালী : বুৰাৰ সুখৰ সংসাৰ। ওজা

এহ হৈ দিয়া নাক দীঘল হলে সুখৰ সংসাৰ

হাহিৰ টোপোলা- ১৪