পৃষ্ঠা:হাহিৰ টোপোলা.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইয়াৰ গলত সুমাই দিয়া।

মহাৰাজ জুইৰ দাক খাই খাই ইয়াৰ দেহাত একো

নাই, ফাচীৰ জৰী গলৰ পৰাই ওলাই গ'ল। ডাইনাপালীঃ হুকুম কেতিয়াও নলৰে। কাবাৰ ফাচী হবই লাগিব, জৰীদাল যাৰ গলত ফিট হয় তাক লৈ আহ। ওজা ওজা ডাইনাপালী : ওজা ডাইনাপালী : ওজা ঃ ঃ হব মহাৰাজ। ওজা - ডাইনাপালী - ঃ ডাইনাপালীঃ

আজিৰ এই তিথিটোৰ বাবে বাৰ বছৰ তপস্যা কৰিছো,

পলম নকৰিব, মোক ফাচী দিয়ক। এই তিথিৰ বাবে বাৰ বছৰ তপস্যা। হয় মহাৰাজ, আজি এই শুভক্ষণ। শুভক্ষণ মানে?

মহাৰাজ আজি এই তিথিত যাৰ মৃত্যু হ’ব সি লগে

লগে স্বর্গপ্রাপ্তি হব। হাহিৰ টোপোলা- ১১০ ডাইনাপালীঃ পাইছানে নাই? মহাৰাজ এই সন্যাসীটোৰ গলত ৰচীডাল ফিট হৈছে। সন্যাসী দুজন কিয় আনিছ? নহয় মহাৰাজ, মই নিজেই আহিছো। আপুনি তাক এৰি দিয়ক, মোক ফাচী দিয়ক। নহয় মহাৰাজ, মোক ফাচী দিয়ক। নহয় মহাৰাজ, মোক দিয়ক। চুপ, মানুহে মৰিব ভয় কৰে। কিন্তু তহঁতৰ মৰিবলৈ ইমান হেপাঁহ। . ওজা

ডাইনাপালী : ওজা