পৃষ্ঠা:হাহিৰ টোপোলা.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডাইনাপালীঃ সচানে? ওজা ডাইনাপালীঃ

সচা মহাৰাজ, পলম নকৰিব নহলে তিথি পাৰ হৈ যাব।

এই সুযোগ মই আনক দিব নোৱাৰো। ৰচিড়াল মোৰ গলত লগাই দে। ওজা ভকৰ ভকৰ

কালিদাস তুমি ইমান ডাঙৰ পণ্ডিত, তোমাৰ পিতা

কিমান ডাঙৰ? ওজা ডাইনাপালী : মহাৰাজ, মোৰ পিতা মোতকৈ দহ গুণ ডাঙৰ পণ্ডিত।

দহ গুণ ডাঙৰ। কালীদাস তেনেহ'লে মই অহা

বৃহস্পতিবাৰে তোমাৰ পিতাক দৰ্শন কৰিবলৈ যাম। মহাৰাজ ।

তুমি আজি ঘৰলৈ যোৱা আৰু মই যোৱা বাৰ্ত্তা তোমাৰ

পিতাক দিবা। ডাইনাপালীঃ ওজা

      • *** ***

ডাইনাপালী : ওজা 8 ডাইনাপালীঃ হব মহাৰাজ, তেনেহলে মই ঘৰলৈ যাও। বোপা কালীদাস আদি ৰাজসভাৰ পৰা অসময়ত... হয় পিতা মই এটা খবৰ লৈ আহিছো। অহা বৃহস্পতিবাৰে ৰজাই তোমাক দৰ্শন কৰিবলৈ আহিব।

সর্বনাশ ৰজাই যদি মোক কিবা প্রশ্ন কৰে।

ওজা ডাইনাপালী : তুমি একো চিন্তা কৰিব নালাগে। মই কোৱা মতে কৰি যাবা। হাহিৰ টোপোলা- ১১১