পাহৰি যাব পায়নে! মানুহে কয় - "ঠেকে য'ত শিকে ত’ত"। কিন্তু ক’তা! ছোৱালা যে বিয়া কৰোৱাৰ পূৰ্ব্বে চাৰ লাগে সিও সপুৰাৰ হিচাপ নহল, ফটোগন যে অইন ছোৱালীৰো হব পাৰে কথাষাৰ তাৰ লগত নেখেলাগেই। উঃ; এনে ভোদাৰাম ঐ, এই মানুহটো এনে শেষ! পিচে, কথা তাৰ আকৌ শুনিবা কি! গোটেছ ওফাইডাং মৰা কথাহে। ডাঙ্গোপাৰ গোটে ভোগৰি শিৰোমণি। ভাবে বেয়াই কথাকে হাৰ মানিৰ নোপোঞ্জে কেতিয়াও; গোবৰে জাবৰে পাগুলিয়াইছে থাকিব। ফলত গৈ একো- টোয়েই নাই—কুটুকাৰ কেণ সোপা। প্ৰকৃততে কবলৈ গলে আমাৰ কা - ছোৱালাৰ কপাল। সঁচাকৈয়ে তাইৰ হলে মই বৰ কপাল বুলিলো। চকুৰে ছোৱালী এজনীক বিয়া কৰালে হেঁয়ে একাটিকে নেদেখা কা নেই বা কোনে! আৰু ঘৰতেই বা ৰাখিলো হেতেন কোনটো মুখেৰে! এ তয়া আন এক নহকে বৰডেক লৈ — পৰিল যেতিয়া দুবেলা দুমুঠি মুখে শান্তিৰে পেট ভ পাৰিব তেও। নিজৰ উপাৰ্জ্জুন নাই যদিও - থাই ি পৈ। এক সম্পত্তিৰ জোৰত বৰডেক। মগজ্ঞ অভাৱত নপৰিব ল ( মকৰাৰ প্ৰস্থান)। (কাণী ঘৈণীয়েকক লগত লৈ ডেকাৰ প্ৰৱেশ )। ধন বৰডেকা – ( ঘৈণীয়েকৰ প্ৰতি) ছা এই চা নিতে। 1 ( কাণী ঘৈণীয়েকে হাতেৰে খেপিয়াই গৈ ওৰত থকা চী
পৃষ্ঠা:হাঁহি-ধেমালি.pdf/৩১
অৱয়ব