পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৵৹

আৰু মহাপুৰুষীৱা দুটা দলৰ সৃষ্টি হয়, সেই বিষয়েও আচল কথা জানিব পাৰিব। অসমীয়া ৰাইজে এবাৰ পুথিখনি উদাৰ ভাবেৰে পঢ়ি চালে, মোৰ পৰিশ্ৰম আৰু ব্যয় সাৰ্থক হল বুলি ভাবিম।

শ্ৰীলঘনুৰাম চৌধুৰী।