সমললৈ যাওক

পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এইবাৰ লেখিব পৰা নহল। আৰু বিদেশত ছপা বাবে নিজে আৰ্হি কাকত চাবলৈ নোপোৱাত পুথিখনিত ঠায়ে ঠায়ে বৰ্ণাশুদ্ধি থাকি গল। গুণগ্ৰাহী পাঠকসকলে সেই বিষয়ে যেন দোষ ক্ষেমিব। ইতি—

শ্ৰীলক্ষেশ্বৰ শৰ্ম্মা

যোৰহাট, আসাম
ইং ২৩ মে ১৯০১ চন