পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

XA 2 AM

  1. 5 10 D. 10.

0/000 [ » ] এ বোলে—যঁতৰ খন গৃহস্থৰ ধন। ৰাম নাম গান্ধীজীৰ বচন। লাঙ্গলখন কৃষিৰ সম্বল। "> ভাৱন৷ কৰ৷ ভকত সকল॥ শঙ্কৰদেৱ আমাৰ জগৎ-গুৰু ভক্তিভাৱে তেৰাৰ পদে নমস্কাৰ কৰোঁ৷ ভ্ৰাণ্ডমৰ্দন কৰিছিল শঙ্কৰ। সত্ৰ আমাৰ কৃষ্টিৰ আকৰ॥ হাতী আমাৰ দেশৰ ডাঙৰ ধন। "3 2 99 5 52 "" "" 29 "9 22 + 99 >> >> "" "> 22 39 "" 99 99 "" 99 গঁড় আছে কাজিৰঙ্গাৰ বন॥ বাড়নি দিঘব চোঁতাল সাৰিবা। চাফ্ চিকুণ বলে সদাই মনত সুখ পাবা॥ সময় থকাত লেখা পঢ়া কৰা। সৎ লোকৰ সঙ্গ সদাই ধৰা॥ কংগ্ৰেছ দেশোৰ্দ্ধাৰৰ মূল। দুঃখ পাব৷ যদি কৰ| ভুল॥ বাঁহী বোৱ৷ সবে ৰং মন কংগ্ৰেছৰ জৰীয়তে বাঢ়োক ধন জন॥ B-