পৃষ্ঠা:স্বপ্ন চৰিত.djvu/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

স্বপ্ন চৰিত।

স্বপ্নেতু প্ৰথমে যামে সম্বৎসৰ ফলং লভেৎ।
দ্বিতীয়ে সপ্তভিৰ্ম্মাসৈঃ স্ত্ৰিভিৰ্ম্মাসৈ স্ত্ৰিযামকে॥
চতুৰ্থে সাৰ্দ্ধমাসেন দৃশ্যতে নাত্ৰ সংশয়ঃ।
অৰুণোদয় বেলায়াং দশাহেন ফলং লভেৎ॥
প্ৰাতংদৃষ্ট। ভবেৎ সদ্যে। যদাসৌ প্ৰতি বুদ্ধ্যতি।
যোন সুপ্যতি স্বপ্নান্তে স্বপ্নো ভবতি নিশ্চয়ঃ।
দুঃস্বপ্নোহ বাথ স্বপ্নঃ শয়নেচ বিনশ্বতি॥

 নিশাৰ প্ৰথম পৰত যি সপোন দেখে তাৰ ফল বছৰৰ ভিতৰত, দ্বিতীয় পৰত দেখিলে সাত মাহৰ ভিতৰত, তৃতীয় পৰত দেখিলে, তিনি মাহৰ ভিতৰত, চতুৰ্থ পৰত দেখিলে, ডেৰমাহত, সূৰ্য্য উদয়ৰ পূৰ্ব্বে দেখিলে দহদিনত, আৰু ৰাতিপুৱা দেখিলে শীঘ্ৰে তাৰ ফল পায়। ভাল সপোন দেখি সাৰ পায় যি ঘূৰি নোশোৱে তেঁৱেই হে তাৰ ফল পায়। কিন্তু সপোন দেখি পুনৰ টোপনি আহিলে তাৰ ফল নিশ্চয় নষ্ট হয়।

দুঃস্বপ্ন দেখিলে পুনঃ নিদ্ৰাকৰা আৰু অন্যৰ আগত প্ৰকাশ নকৰা ভাল।