পৃষ্ঠা:সূতিকা পটল.djvu/৭৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সূতিকা পটল । নতুন নিয়ম লােৱাৰ কাৰণ। দি বোলা এতকাল আক কৰা নাই। এতিয়া কিয়বা ধৰে। ইসব উপাই । নৰক অসুৰ ই দেশৰ পূৰ্ব ৰজা। আশুৰিক দাক খাই আছিলেক প্রজা। পাছে সভ্য ৰজা হলে নিদান চলিল। নিদানৰ ঔষধত প্রজা প্রবর্তিল। ষি কালত যিবা ৰজা যি ঔষধ খাই। তাত পৰে অন্য ঔষধত গুণ নাই। বজাৰ প্রশংসা হেতু বৈদ্যৰ যতন। পূৰ্ব্ব বৈদ্য সকলৰ নষ্ট হয়ে মন । ৰাজা নকৰয় শ্রদ্ধা যি ঔষধ প্রতি। সি ঔষধ সি বৈদ্যৰ হয় দুর্মতি । “বৈদ্য শান্ধ জাননা” বুলি কোন লােকে কয় বজাৰ নাইকে চেষ্টা দ্রব্য নিমিলয় । ইদানীন্তু ইংৰেজ ভূপতি পৃথিবীত। তাসম্বৰ ঔষধতে সাধিবেক হিত। এতেকতে ভেৰেঙৰ • তৈলে প্রয়ােজন। শিশুক খুৱাব নকৰিব অন্য মন । .ৰোৰ হৈল-এভাৰ গুটিৰ হৈল।