পৃষ্ঠা:সূতিকা পটল.djvu/১১২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১৮ সূতিকা পটল। পেটৰ দুগুণ হলে। অন্ন গুণ বালকৰ হইলে অন্তৰে। চেকুৰা চেতুৰি দুগ্ধে শিশু বকৰে। চূণৰ বিশুদ্ধ জল অল্প পৰিমাণে। গাঠি নলগাই তাক খুব সন্ধানে। পেটৰ সহজ দুগুণৰ গুণাকৰ। যাক বােলে কম্পাউণ্ড চক পাউড'। ইতো পাউডৰ আমাৰ হতে হয়। তাৰ উপযোগী বস্তু দ’কানে মিলয় । ডালচিনি আৰু সৰু এলাইচৰ দানা। সমভাগে দিব প্রত্যেকৰ চাৰি অনা । আইফল, জাফন বাৰ বাৰ অনা। ছয় আনিভৰ লবঙ্গৰ লাগে জানা । পৃথকে কৰিয়া চুর্ণ মিশলাই লােৱ। ছয় তােলা চাৰি অন! পাকা চিনি খােবা । সমস্ত দ্রব্য তিনি ভাগে জুখিচাই। তাৰে এক ভাগ ডিমাটী মিশলাই । খড়িমাটা চুর্ণ চিনি অন্য চুর্ণসমে। মিশলাই সমতকে অভিন্নতা কমে। শাই পাঙৰ-ডালচিনি-• না। নাই মানা। Mild. 1211 সফএলাটিনা-• মানা। utrustali দি -w• মালা।