এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
8ৰ্থ অ ১ম দৃ]
২৯
সীতা
(প্ৰজা নিৰ্মাত)
|
| প্ৰজাগণ— |
|
| বাল্মিকি— |
|
| প্ৰজাগণ— | জয় ৰঘুপতিৰ জয়। |
| বশিষ্ঠ— | (বাল্মিকিক) ঋষিবৰ, প্ৰজাই মনৰ মলিনতা দূৰ কৰিব পৰা নাই। (ৰামক) ৰাম, জানকীক অনুৰোধ কৰাঁ, এবেলি কওক
তেওঁ পতিব্ৰতা বুলি। |
| প্ৰজাগণ— | হয়, হয়। |
| ৰাম— | সীতা। |
| সীতা— | নাথ। |
| ৰাম— | প্ৰিয়ে, প্ৰজাৰ তুষ্টিৰ হেতু
|
| সীতা— | একেটা সন্দেহৰ বাবে কিমান পৰীক্ষা দিম প্ৰভু। ময়ো ৰঘুপতিৰহে ধৰিণী। |
| লৱ,কুশ— | অসম্ভব, অসম্ভব। (সীতাক) আই ঘূৰি যাও ব’লা। (বাল্মিকিক) আহক পিতা। |