এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬
[ ১ম অ হয় দৃ
সীতা
( সীতাৰ প্ৰবেশ )
সীতা— | নাথ। |
ৰাম— | বাল্মিকিৰ তপোবন দৰ্শনৰ যে অভিলাষ কৰিছিলা, আজি প্ৰস্তুত হোৱাঁগৈ দেবি; লক্ষ্মণে আয়োজন কৰিছে। |
সীতা— | আজি এনে অসময়ত কিয় নাথ? |
ৰাম— | সতি, কোনে জানে ইচ্ছা নিয়তিৰ?
|
সীতা— | যিবা আজ্ঞা। বিদায় প্ৰিয়ত্তম। |
ৰাম— | বি-দা—য়- |
⸻