পৃষ্ঠা:সিপুৰীৰ বাতৰি.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৭৭)

  দুজনে লৱৰি, সূক্ষ্ম দেহা ধৰি,
  পশিলোঁ নগৰী, একেটি চুবুৰি;
ভিন্ন মাতৃ-জঠৰত হলোঁ অধিষ্ঠিত।
মৃতৰ পুনৰুত্থান এয়ে পৃথিবীত!