পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
সাহিত্য


 কৌশল্যা দেবীয়ে ধৰ্ম্মমতি ৰামক পিতৃ-বাক্য পালনত কৃত- নিশ্চয় দেখি কান্দোঁ কান্দোঁহৈ কলে—“হে লোকৰঞ্জন ৰাম, তুমি অযোধ্যাৰ ৰজা দশৰথৰ পুত্ৰ, কুশল-ৰাজতনয়া অযোধ্যা- ৰাজমহিষী তোমাৰ জননী; তুমি দুখৰ ছাঁ দেখা নাই; কেনেকৈ ভিক্ষা বৃত্তি লৈ চলিবা?”