পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
সাহিত্য

“পাহৰাঁ এতিয়া আৰু বেলেগ স্বভাৱ,
সহোদৰৰূপে দুয়ো হোৱাঁ পৰিচিত,
ধৰাঁ ধৰাঁ দুয়োটিয়ে দুয়োকো সাৱটি,
একেলগ হই সাধাঁ আপোনাৰ হিত॥”